ETV Bharat / bharat

বিদেশী চিনাক্ত হোৱা লোকসকলক বাংলাদেশে গ্ৰহণ কৰাৰ সম্ভাৱনা কম! - চূৰান্ত খচৰা

শনিবাৰে প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত তালিকা। ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে জেষ্ঠ সাংবাদিক দীপক দেৱানে ৷ তেওঁ কয় যে আজি প্ৰকাশ পোৱা এন আৰ চি খনে বিদেশীৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰৰ সকলো তথ্যৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে৷

বিদেশী চিনাক্ত হোৱা লোক সকলক বাংলাদেশে গ্ৰহণ কৰাৰ সম্ভাৱনা কম!
author img

By

Published : Aug 31, 2019, 3:26 PM IST

নিউজ ডেস্ক, 31 আগষ্টঃ এন আৰ চি প্ৰকাশৰ পাচতেই ইটিভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত মন্তব্য প্ৰকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক দীপক দেৱানে ৷ তেওঁ কয় যে অসম তথা উত্তৰ পূবৰ জনসাধাৰণে বিদেশী চিনাক্তকৰণৰ বাবে বহু দিনৰ পৰা এখন শুদ্ধ নাগৰিক পঞ্জীৰ দাবী কৰি আহিছিল যাৰ জৰিয়তে নিৰ্দিষ্টকৈ বিদেশীৰ সংখ্যা কিমান তাক নিৰ্ণয় কৰিব পৰা যাব৷ ইয়াৰোপৰিও তেওঁ কয় যে আজি প্ৰকাশ পোৱা এন আৰচি খনে বিদেশীৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰৰ সকলো তথ্যৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে৷ আনহাতে তেওঁ এনআৰচিৰ পুনৰ নিৰীক্ষণ প্ৰক্ৰিয়াৰ প্ৰতিও সন্দেহ প্ৰকাশ কৰে ৷

যি সকল লোকৰ নাম এনআৰচি চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে সেই সকল লোকে পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ কাষ চাপিব পাৰিব ৷ তেওঁ কয় যে বিদেশী চিনাক্ত হোৱা লোক সকলক বাংলাদেশে গ্ৰহণ কৰাৰ সম্ভাৱনা কম ৷ গতিকে এনে ক্ষেত্ৰত ভাৰত চৰকাৰে এই সকল লোকৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷লগতে তেওঁ অভিযোগ কৰে যে বিদেশী ন্যয়াধীকৰণ সমূহ বিভিন্ন ৰাজনৈতিক দলৰ দ্বাৰা পৰিচালিত হ'ল ৷

উদাহৰণ স্বৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াইও নিজা ৰাজনৈতিক মুনাফাৰ বাবে অবৈধ বিদেশীৰ ৰক্ষণাবেক্ষণ দিছিল৷

Intro:New Delhi: Hours after the final National Register of Citizen (NRC) was published in Assam, senior journalist and an expert on northeast Deepak Dewan on Saturday has said that Government of India should take a step forward as far as handling "illegal migrants" issue is concerned.

Body:Taking to ETV Bharat, Dewan said that Government of Bangladesh has denied accepting such illegal migrants.

"Neither Assam nor anynother states in northeast can bear the burden of illegal foreigners...all the northeastern states have been demanding NRC. It's a good exercise to know how many such people are living in the states," said Dewan.

Highlighting that it's a wild guess on the presence of such people, Dewan said, "Today's NRC publication has also raised question on the government records. People who have approached the NRC varification centres with their refugee certificates, they were denied of being included in the list because government does not have any such records to substantiate their citizenship."

Raisnig a question mark, Dewan said, " We don't know after the reverification process what will happen."

According to the government notifications, people who did not get their names in the final NRC, could appeal in the Foriegners Tribunal and courts claiming their citizenship.

"I don't think government of Bangladesh will accept anybody without documents...in that case government of India should think a step ahead what to do with such settlers," said Dewan.

Conclusion:Dewan also claimed that the issue of illegal foreigners have been used by different political parties from time to time for their political milage.

"Of late, West Bengal Chief Minister Mamata Banerjee has raised her voice against any such move (NRC)...Infact the then Hiteawar Saikia led Congress government in Assam had used the issue of illegal foreigners for political gain," said Dewan.

end.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.