ETV Bharat / bharat

মোডীৰ শপত গ্ৰহণৰ বাবে নিৰ্ধাৰিত সময়ৰ পূৰ্বে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়

ৰাষ্ট্ৰপতি ভৱনত কালি সন্ধিয়া 7 বজাত শপতগ্ৰহণ কৰিব মোডী আৰু তেওঁৰ নৱনিৰ্বাচিত মন্ত্ৰীসভাই ৷

মোডীৰ শপতগ্ৰহণৰ বাবে নিৰ্ধাৰিত সময়ৰ পূৰ্বে বাতিল চৰকাৰী কাৰ্যালয়
author img

By

Published : May 29, 2019, 5:35 PM IST

নিউজ ডেস্ক, 29 মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ উপলক্ষে বৃহস্পতিবাৰে নিৰ্ধাৰিত সময়তকৈ সোনকালে বন্ধ কৰা হ'ব ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাষে থকা চৰকাৰী কাৰ্যালয় ৷ বিয়লি দুই বজাত চৰকাৰী কাৰ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে ৷

ৰাষ্ট্ৰপতি ভৱনৰ নৰ্থ ব্লক,চাউথ ব্লক,ৰে'ল ভৱন,বায়ু ভৱন,সেনা ভৱন আৰু ডি আৰ ডি অৰ কাৰ্যালয় বিয়লি দুই বজাৰ লগে-লগে বাতিল কৰা হ'ব বুলি জানিবলৈ দিছে প্ৰশাসনে ৷ শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজনৰ বাবেই বন্ধ ৰখা হ'ব চৰকাৰী কাৰ্যালয়সমূহ ৷ বৃহস্পতিবাৰে 7 বজাত ৰাষ্ট্ৰপতি ভৱনত হ'ব নৰেন্দ্ৰ মোডী তথা নৱ নিৰ্বাচিত মন্ত্ৰীসভাৰ শপতগ্ৰহণ প্ৰক্ৰিয়া ৷

Govt offices around Rashtrapati Bhavan to close early for swearing-in ceremony

মোডীৰ শপতগ্ৰহণৰ বাবে নিৰ্ধাৰিত সময়ৰ পূৰ্বে বাতিল চৰকাৰী কাৰ্যালয়

ৰাষ্ট্ৰপতি ভৱনত কালি সন্ধিয়া 7 বজাত শপতগ্ৰহণ কৰিব মোডী আৰু তেওঁৰ নৱনিৰ্বাচিত মন্ত্ৰীসভাই৷

নিউজ ডেস্ক, 29 মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণ উপলক্ষে বৃহস্পতিবাৰে নিৰ্ধাৰিত সময়তকৈ সোনকালে বন্ধ কৰা হ'ব ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাষে থকা চৰকাৰী কাৰ্যালয়৷ বিয়লি দুই বজাত চৰকাৰী কাৰ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ৷

ৰাষ্ট্ৰপতি ভৱনৰ নৰ্থ ব্লক, চাউথ ব্লক, ৰে'ল ভৱন,বায়ু ভৱন, সেনা ভৱন আৰু ডি আৰ ডি অৰ কাৰ্যালয় বিয়লি দুই বজাৰ লগে-লগে বাতিল কৰা হ'ব বুলি জানিবলৈ দিছে প্ৰশাসনে৷ শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজনৰ বাবেই বন্ধ ৰখা হ'ব চৰকাৰী কাৰ্যালয়সমূহ৷ বৃহস্পতিবাৰে 7 বজাত ৰাষ্ট্ৰপতি ভৱনত হ'ব নৰেন্দ্ৰ মোডী তথা নৱ নিৰ্বাচিত মন্ত্ৰীসভাৰ শপতগ্ৰহণ প্ৰক্ৰিয়া৷ 
320-214-3413294-thumbnail-3x2-e.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.