ETV Bharat / bharat

আন্তঃগাথনিৰ নামত কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব 100 লাখ কোটিঃ নৰেন্দ্ৰ মোডী

পাঁচ বছৰত ভাৰতীয় অৰ্থনীতি 5 ত্ৰিলিয়নলৈ নিয়াৰ যি লক্ষ্য বান্ধি লোৱা হৈছে সেয়া কঠিন যেন লাগিলেও বিজেপিৰ 5 বছৰ শাসন কালতেই 1 ত্ৰিলিয়নৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে ভাৰতবৰ্ষই ৷ ইয়াৰ পূৰ্বে 70 বছৰত ভাৰতীয় অৰ্থনীতিত সংযোজন হৈছে কেৱল 2 ত্ৰিলিয়ন ৷ গতিকে বিজেপিৰ শাসন কালত যি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে সেয়া উপনীত হোৱাৰ সম্ভৱ বুলি মন্তব্য কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

আন্তঃগাথনিৰ নামত কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব 100 কোটিঃ নৰেন্দ্ৰ মোডী
author img

By

Published : Aug 15, 2019, 1:29 PM IST

নিউজ ডেস্ক, 15 আগষ্টঃ ভাৰতক বিশ্বৰ পঞ্চমখন বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক বিশেষ ঘোষণা ৷ ভাৰতৰ অৰ্থনীতিৰ আন্তঃগাথনি মজবুত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব 100 লাখ কোটি টকা ৷ যিটোৱে অহা পাঁচ বছৰত ভাৰতৰ অৰ্থনীতি পাঁচ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি হৈ ভাৰতক বিশ্বৰ পঞ্চম বৃহৎঅৰ্থনীতি দেশলৈ পৰিণত কৰাত সহায় কৰিব বুলি উল্লেখ কৰে মোডীয়ে ৷

73 তম স্বাধীনতা দিৱসত দিল্লীৰ লাল কিল্লাৰ পৰা জনসাধাৰণক সম্বোধন কৰি মোডীয়ে কয় ভাৰতক ব্যৱসায়ৰ যোগেদি বিশ্বৰ 50 খন অৰ্থনৈতিক দেশৰ ভিতৰত সংযোজিত কৰাৰ যথোপযুক্ত প্ৰচেষ্টা চৰকাৰে চলাই আছে ৷ ভাৰতৰ ৰাজনৈতিক স্থিৰতা আৰু ভাৰতৰ বিশাল জনাদেশ ভাৰতৰ অৰ্থনীতি উন্নয়ণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহি বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ গতিকে আমি এই সুযোগ নেহেৰুৱাই তেওঁৰ চৰকাৰ কাৰ্যকালতেই মুদ্ৰাস্ফীতিৰ দৰ কম কৰি বিকাশৰ ধাৰা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে ৷ ইয়াৰ উপৰি GST আৰু IBC(Insolvency and Bankeuptcy Code) য়ে বিকাশৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে আৰু অনাগত দিনত চৰকাৰে এশ কোটি টকা অত্যাধুনিক বন্দৰ, ঘাইপথ, ৰে’লৱে, বিমান বন্দৰ, চিকিৎসালয় আৰু শিক্ষানুষ্ঠানৰ উন্নয়ণৰ বাবদ ব্যয় কৰিব বুলি কয় নৰেন্দ্ৰ মোডীয়ে ৷

invest Rs 100 lakh crore
আন্তঃগাথনিৰ নামত কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব 100 কোটিঃ নৰেন্দ্ৰ মোডী

উল্লেখ্য যে, নৰেন্দ্ৰ মোডীৰ চৰকাৰে যেতিয়া 2014 চনত শাসনভাৰ গ্ৰহণ কৰিছিল তেতিয়া বিশ্বৰ 190 খন দেশৰ ভিতৰত ভাৰতৰ ৰেংকিঙ আছিল 142 ৷ কিন্তু বিশ্ব বেংকৰ Doing Business 2018 ৰ তথ্য মতে চাৰি বছৰত ভাৰতে 100 সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ 2017 চনত ভাৰতৰ স্থান আছিল 130 স্থান ৷ কিন্তু বৰ্তমান Doing Business 2019 তথ্যৰ মতে ভাৰতৰ ৰেংকিঙ হৈছে 77 ৷ এই তালিকাৰ শীৰ্ষত আছে নিউজিলেণ্ড ৷ ইয়াৰ পিচতে আছে ছিংগাপুৰ, ডেনমাৰ্ক আৰু হংকং ৷ এই তালিকাত চীন দেশে 46 সংখ্যক স্থান দখল কৰাৰ বিপৰীতে আমেৰিকাই 8 আৰু পাকিস্তান 136 স্থানত অধিষ্ঠিত আছে ৷ ভাৰতে বিগত দুই বছৰত 53 সংখ্যক স্থান আৰু 2014 চনৰ পাচত চাৰি বছৰত 65 স্থানৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷

লক্ষ্যণীয় যে, বিশ্ব বেংকে দহটা বিশেষ স্তৰৰ ওপৰত ভিত্তি কৰি 190 খন দেশৰ ৰেংকিং প্ৰদান কৰি আহিছে ৷ ইয়াত সংযোজিত হৈ থাকে ব্যৱসায়-বাণিজ্যৰ আৰম্ভণি, নিৰ্মাণৰ পাৰ-পত্ৰ, বিদ্যুৎ প্ৰদান, ঋণ প্ৰদান, কৰ আদায়, সীমান্তত ব্যৱসায়-বাণিজ্য, চুক্তি স্বাক্ষৰ, মন্দা অৱস্থাৰ মুকাবিলা কৰা ইত্যাদি বিষয় অন্তৰ্ভূক্ত হৈ থাকে ৷

ZCZC
PRI ECO GEN NAT
.NEWDELHI DEL49
DAY-PM-ECONOMY
Modi says will invest Rs 100 lakh cr in infra, USD 5 trn economy target achievable
         New Delhi, Aug 15 (PTI) Prime Minister Narendra Modi on Thursday said his government will invest a massive Rs 100 lakh crore on developing modern infrastructure that will aid in nearly doubling the size of the Indian economy to USD 5 trillion in the next five years.
         Addressing the nation from the ramparts of the Red Fort here on the 73rd Independence Day, he said reforms will continue to be ushered in to help India break into top 50 countries on the 'ease of doing business' ranking.
          "To some the target of nearly doubling the size of Indian economy to USD 5 trillion in five years may seem difficult. But when we have in five years (of BJP rule) added USD 1 trillion as compared to USD 2 trillion size achieved in 70 years of independence, then this target is achievable," he said.
          Modi said political stability through a massive mandate for his government alongside predictable policy provides a unique opportunity for India to grow. "The country shouldn't lose this opportunity," he said adding that his government has provided high growth while keeping inflation at low rate.
          He referred to reforms such as the Goods and Services Tax (GST) and Insolvency and Bankruptcy Code (IBC) for aiding the growth process and said the government will invest Rs 100 lakh crore in building modern ports, highways, railways, airports, hospitals and educational institutions.
          The prime minister said the era of policy paralysis has ended and his government was giving policy-based governance that has helped catapult the country from 142nd place among 190 nations on the World Bank's ease of doing business ranking in 2014 to 77th position this year.
          Reforms will continue and procedures would be further eased to make it easier for companies to do business in the country, he said adding that efforts are on to increase the size of the economy to USD 5 trillion.
          "The target is to break into top 50 nations," he said.
          India was ranked 142nd among 190 nations when the Narendra Modi's government took office in 2014. Four years of reform pushed up India's rank to 100th in the World Bank's 'Doing Business' 2018 report. It was 130th in 2017 when India was ranked lower than Iran and Uganda.
          In its annual 'Doing Business' 2019 report, India secured 77th position. New Zealand tops the list, followed by Singapore, Denmark and Hong Kong. The United States is placed at 8th and China ranked 46th. Neighbouring Pakistan is placed at 136.
          India has improved its ranking by 53 positions in the last two years and 65 places in four years since 2014.
          The World Bank ranks 190 countries based on 10 parameters, including starting a business, construction permits, getting electricity, getting credit, paying taxes, trade across borders, enforcing contracts, and resolving insolvency. PTI NKD MJH ANZ
MKJ
08150856
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.