ETV Bharat / bharat

অটল অমৃত যোজনাত বয়সৰ উৰ্ধসীমা বৃদ্ধি - APY

সংসদৰ এক লিখিত প্ৰশ্নৰ উত্তৰত অটম অমৃত যোজনাৰ অধীনত পেন্সনৰ উৰ্ধসীমা বৃদ্ধি কৰাৰ প্ৰসংগত বিচাৰ কৰি থকা হৈছে বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷

অটল অমৃত যোজনাত বয়সৰ উৰ্ধসীমা বৃদ্ধি
author img

By

Published : Jun 26, 2019, 8:06 PM IST

নিউজ ডেস্ক, 26 জুনঃ কেন্দ্ৰীয় পেন্সন পূঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন আয়োগে দাখিল কৰা এক প্ৰস্তাৱৰ ভিত্তিত অটল অমৃত যোজনাত পেন্সনৰ বাবে বয়সৰ উৰ্ধসীমা বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ সংসদত এক লিখিত প্ৰশ্নৰ উত্তৰত এই বিষয়ে উল্লেখ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ৷

অটল অমৃত যোজনাত 60 বছৰ বয়সত মাহিলী 1000ৰ পৰা 5000লৈ পেন্সন দিয়াৰ ব্যৱস্থা আছে আৰু ই নিৰ্ভৰ কৰে পেন্সনৰ সময়সীমা আৰু মুঠ ধনৰাশিৰ ওপৰত ৷ এই আঁচনি অনুসৰি 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত একাউন্ট খুলিব পাৰে যাৰ নূন্যতম জমাৰাশি প্ৰতিমাহে 42 টকাৰ পৰা আৰম্ভ হয় ৷ ইয়াৰ উপৰিও উপভোক্তাৰ মৃত্যু হ'লে তেঁওৰ সংগীয়ে মাহিলী পেন্সন লাভ কৰাৰ লগতে 8.5 লাখ টকাৰ এককালীন সাহাৰ্য্য লাভ কৰিব ৷

Intro:Body:

The proposal, under the Atal Pension Yojana (APY), is being examined by the government, said Union Minister of Finance Corporate Affairs, Nirmala Sitharaman in a written reply to Parliament.

New Delhi: The Pension Fund Regulatory and Development Authority (PFRDA) has submitted a proposal to increase the limit of pension and age which the government is looking into.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.