ETV Bharat / bharat

COVID-19: বিশ্বৰ শেহতীয়া তথ্য

author img

By

Published : Oct 14, 2020, 5:36 PM IST

সমগ্ৰ বিশ্বতে ক’ৰণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে বিশ্বত কভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ৷ উল্লেখযোগ্য যে, আজি পৰ্যন্ত এই মহামাৰী ক’ৰণাক প্ৰতিৰোধ কৰিব পৰাকৈ ভেকচিন আবিস্কাৰ কৰিব পৰা নাই ৷ বিশ্বৰ বিভিন্ন দেশে ভেকচিন প্ৰস্তুক কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও শেষ পৰ্যায়ত সফল হোৱাৰ খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসী ৷

Global COVID-19 tracker
COVID-19: বিশ্বৰ শেহতীয়া তথ্য

নিউজ ডেস্ক,14অক্টোবৰঃ কৰ'ণা মহামাৰীৰ ত্ৰাস অব্যাহত আছে সমগ্ৰ বিশ্বত ৷ বৰ্তমানলৈকে বিশ্বত 3,83,70,434 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক আঁকোৱালি লৈছে 10,90,921গৰাকীয়ে ৷

Global COVID-19 tracker
COVID-19: বিশ্বৰ শেহতীয়া তথ্য

আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 80,90,253 গৰাকী লোক আক্ৰান্ত হৈছে আৰু 2,20,873 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷

লগতে পঢ়কঃবিহাৰ নিৰ্বাচন: হাছানপুৰত মনোনয়ন দাখিল তেজ প্ৰতাপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.