ETV Bharat / bharat

কোভিড-১৯: বিশ্বজুৰি শেহতীয়া তথ্য

দক্ষিণ কোৰিয়াত ৫৭ জন নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ ব্যক্তি চিনাক্ত কৰা হৈছে । দেশখনত দৈনিক ৫০তকৈ অধিক লোক ভাইৰাছত আক্ৰান্ত হৈ আছে বুলি জানিব পৰা গৈছে । এই আক্ৰান্ত ব্যক্তিসকল চিওল অঞ্চলৰ নাইট ক্লাৱ, ই-কমাৰ্চ, বাৰ আদিৰ সৈতে জড়িত বুলি চিনাক্ত কৰা হৈছে ।

কোভিড-১৯: বিশ্বজুৰি শেহতীয়া তথ্য
কোভিড-১৯: বিশ্বজুৰি শেহতীয়া তথ্য
author img

By

Published : Jun 7, 2020, 12:44 PM IST

নেশ্যনেল ডেস্ক, ৭ জুন: মহামাৰী কৰ'ণা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে এই পৰ্যন্ত ৬৯,৬৭,০৩৭ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪,০১,৬২৩ জন লোকৰ মৃত্যু হয় । লগতে ৩৪,০৮,০৪০ জন ইতিমধ্যে সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে ।

দক্ষিণ কোৰিয়াত ২৪ ঘণ্টা পূৰ্বে ৫৭ জন নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱাত দেশখনত আক্ৰান্তৰ সংখ্যা ১১,৭৭৬ জনলৈ বৃদ্ধি পায় । ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত কোৰিয়াৰ কেন্দ্ৰই জানিবলৈ দিয়ে যে, মুঠ আক্ৰান্তসকলৰ ভিতৰত ১০,৫৫২ জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে আৰু বাকী ৯৫১ জন লোকৰ চিকিৎসা চলি আছে ।

কোভিড-১৯: বিশ্বজুৰি শেহতীয়া তথ্য
কোভিড-১৯: বিশ্বজুৰি শেহতীয়া তথ্য

বিগত সপ্তাহৰ পৰা দক্ষিণ কোৰিয়াত নতুনকৈ আক্ৰান্ত হোৱা লোকসকল চিওল অঞ্চলৰ নাইট ক্লাৱ, ই-কমাৰ্চ, বাৰ আদিৰ সৈতে জড়িত ব্যক্তি বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:শূন্য উত্তীৰ্ণৰে চৰ্চাত ধুবুৰীৰ এখন বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.