ETV Bharat / bharat

গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

author img

By

Published : May 9, 2020, 10:34 AM IST

বিশ্বজুৰি কৰ'ণা ভাইৰাছে 40,13,896 লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিছে 2,76,235 লোকৰ ৷ আনহাতে, প্ৰায় 13,85,412 লোক আৰোগ্য হৈ উঠিছে বুলি তথ্যত প্ৰকাশ ৷

কৰ'ণা ভাইৰাছ
গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 8 মে' : বিশ্বজুৰি কৰ'ণা ভাইৰাছে 40,13,896 লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিছে 2,76,235 লোকৰ ৷ আনহাতে, প্ৰায় 13,85,412 লোক আৰোগ্য হৈ উঠিছে বুলি তথ্যত প্ৰকাশ ৷

কৰ'ণা ভাইৰাছ
গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

শনিবাৰে দক্ষিণ কোৰিয়াই প্ৰদান কৰা তথ্য অনুসৰি দেশখনত কৰ'ণা ভাইৰাছত নতুনকৈ আক্ৰান্ত হৈছে 18 জন ৷ ইয়াৰে 12 জন আক্ৰান্ত ছিউলৰ বুলি জানিব পৰা গৈছে ৷ দেশখনত বৰ্তমানলৈকে 10,840 লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 256 জনৰ ৷ দক্ষিণ কোৰিয়াৰ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ চেন্টাৰে প্ৰদান কৰা তথ্য অনুসৰি, নতুনকৈ আক্ৰান্তৰ অধিক সংখ্যক লোক ছিউলৰ এক ক্লাবৰ সৈতে জড়িত ৷

আনহাতে, আমেৰিকাত আক্ৰান্তৰ সংখ্যা 13,21,785 জন আৰু মৃত্যু হোৱা লোকৰ সংখ্য়া 78,615 জন ৷ স্পেইনত আক্ৰান্ত 2,60,117 জন আৰু মৃত্যু 26,299 জন, ইটালীত আক্ৰান্ত 2,17,185 জন আৰু মৃত্যু 30,201 জন, ব্ৰিটেইনত আক্ৰান্ত 2,11,364 জন আৰু মৃত্যু 31,241 জন, ৰাছিয়াত আক্ৰান্ত হৈছে 1,87,859 জন আৰু মৃত্যুৰ সংখ্যা 1,723 জন, ফ্ৰান্সত আক্ৰান্ত 1,76,079 জন আৰু মৃত্যু হৈছে 26,230 জনৰ ৷

ভাৰতবৰ্ষত শনিবাৰৰ পুৱা পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 59,662 জন হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা 1,981 জন ৷ আনহাতে, আৰোগ্য হৈ উঠিছে 17,847 জন লোক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.