ETV Bharat / bharat

আঢ়ৈ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীক মৃত্য়ুদণ্ডৰ ঘোষণা

গাজিয়াবাদত আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান । আঢ়ৈ বছৰীয়া শিশুক ধৰ্ষণ কৰা এজন ব্য়ক্তিক মৃত্য়ুদণ্ডৰে দণ্ডিত গাজিয়াবাদ আদালতৰ ।

আঢ়ৈ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীক মৃত্য়ুদণ্ডৰ ঘোষণা
আঢ়ৈ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীক মৃত্য়ুদণ্ডৰ ঘোষণা
author img

By

Published : Jan 20, 2021, 10:37 PM IST

নিউজ ডেস্ক , ২০ জানুৱাৰী : উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এক ঐতিহাসিক ৰায়দান আদালতৰ । গাজিয়াবাদ আদালতে বুধবাৰে মৃত্য়ু দণ্ডৰে দণ্ডিত কৰে এগৰাকী ধৰ্ষণকাৰীক । যোৱা ২৯ ডিচেম্বৰত চাৰ্জচিত দাখিল কৰা হৈছিল অভিযুক্তৰ বিৰুদ্ধে । ঘটনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰথম শুনানিৰ ২৩ দিনৰ ভিতৰতে এই গুৰুত্বপূৰ্ণ ৰায়দান দিলে আদালতে ।

ঘটনাটো আছিল ২১ অক্টোবৰৰ কবি নগৰ অঞ্চলৰ । এগৰাকী আঢ়ৈ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্য়া কৰিছিল তাইৰ পিতৃৰ এজন বন্ধুৱে । চন্দন নামৰ ধৰ্ষণকাৰীজনক গ্ৰেপ্তাৰ কৰি বিভিন্ন ধাৰাৰ লগতে পোকছো অধিনিয়মৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ।

লগতে পঢ়ক :ইটিভি ভাৰত exclusive : ৰাজপথত অনুশীলনত ব্যস্ত বাংলাদেশ সেনাৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.