ETV Bharat / bharat

গালাৱান সংঘৰ্ষঃ অস্ত্ৰ-শস্ত্ৰ অবিহনে চীনা সৈন্যৰ মুখামুখি ভাৰতীয় সেনাৰ - লাডাখ

১৬ জুনৰ দিনা লাডাখ অঞ্চলৰ গালৱান সীমান্তত প্ৰকৃততে কি হৈছিল বৰ্তমানলৈ সেয়া সম্পূৰ্ণ জ্ঞাত নহয় । ১৫ জুনৰ নিশা কৰ্নেল সন্তোস বাবুৰ নেতৃত্বত ভাৰতীয় সেনাৰ দল এটাই গালৱান সীমান্তত চীনে স্থাপন কৰা চাউনী আৰু দখল কৰা সন্দৰ্ভত তহল দিবলৈ ৰাওনা হয় আৰু তেতিয়াই চীনা সৈন্যৰ লগত ভাৰতীয় সেনাৰ সংঘৰ্ষ সংঘটিত হয় ।

galwan-face-off-unarmed-patrol-in-the-dragons-mouth

author img

By

Published : Jun 18, 2020, 7:44 PM IST

নিউজ ডেস্ক, ১৮ জুন : ১৬ জুনৰ দিনা লাডাখ অঞ্চলৰ গালৱান সীমান্তত প্ৰকৃততে কি হৈছিল বৰ্তমানলৈ সেয়া সম্পূৰ্ণ জ্ঞাত নহয় । কিয়নো সেই সম্পৰ্কত বহুতো প্ৰশ্ন বৰ্তমানেও উখাপন হৈ আছে । যাৰবাবে সীমান্ত অঞ্চলত এতিয়াও চীন আৰু ভাৰতৰ মাজত কি চলি আছে সেয়া জানিব পৰা হোৱা নাই ।

galwan-face-off-unarmed-patrol-in-the-dragons-mouth
গালাৱান সংঘৰ্ষঃ অস্ত্ৰ-শস্ত্ৰ অবিহনে চীনা সৈন্যৰ মুখামুখি ভাৰতীয় সেনাৰ

১৫ জুনৰ নিশা কৰ্নেল সন্তোষ বাবুৰ নেতৃত্বত ভাৰতীয় সেনাৰ দল এটাই গালৱান সীমান্তত চীনে স্থাপন কৰা চাউনী আৰু দখল কৰা সন্দৰ্ভত তহল দিবলৈ ৰাওনা হয় আৰু তেতিয়াই চীনা সৈন্যৰ লগত ভাৰতীয় সেনাৰ সংঘৰ্ষ সংঘটিত হয় আৰু উক্ত সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন কৰ্নেল সহ ২০ গৰাকী জোৱান শ্বহীদ হয় । যাৰবাবে দুয়োখন দেশে সীমান্ত অঞ্চলত শান্তি স্থাপনৰ বাবে বৈঠকত মিলিত হয় ।

সেনাৰ নিয়ম অনুসৰি, ভাৰতীয় সেনাই যিকোনো সময়তে আত্মৰক্ষাৰ বাবে অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব কিন্তু প্ৰশ্নৰ উখাপন হয় যে, উক্ত দিনা গালৱান ভূমিত কিয় অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ নকৰাকৈ চীনা সৈন্যৰ লগত মুখামুখি হৈছিল । যাৰবাবে বৰ্তমান ভাৰতীয় সেনাৰ আভ্যন্তৰীণ বিভাগত এতিয়া বিভিন্ন প্ৰশ্নৰ উখাপন হৈছে ।

লগতে পঢ়ক : উৎকোচ লোৱাৰ অভিযোগত কৰায়ত্ব বন সংৰক্ষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.