নিউজ ডেস্ক, 11 আগষ্ট : সোমবাৰে নিশা দিল্লীৰ আৰ্মী হাস্পতাল ৰিচাৰ্জ এণ্ড ৰেফৰলত মতিষ্কৰ সফল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰা হয় প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ জানিবলৈ পৰা মতে, ৰাষ্ট্ৰপতিগৰাকীৰ মতিষ্কত থকা ঘনীভূত দ্ৰব্য (clot) সফল ভাৱে আঁতৰাবলৈ সক্ষম হয় চিকিৎসকে ৷ বৰ্তমানে ভেণ্টিলেটৰত ৰখা হৈছে প্ৰণৱ মুখাৰ্জীক ৷
অস্ত্ৰোপ্ৰচাৰৰ পূৰ্বে নিয়মীত পৰীক্ষণত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দেহত ধৰা পৰিছিল ক’ভিড-19 ৰ উপস্থিতি ৷ 84 বছৰীয়া মুখাৰ্জীয়ে স্বয়ং টুইট যোগে নিজৰ ক’ভিড পজিটিভৰ কথা প্ৰকাশ কৰি তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক ছেল্ফ আইচ’লেচন আৰু কৰ’ণাৰ পৰীক্ষা কৰাৰ আহ্বান জনাইছিল ৷
-
Please take care sir. We are praying for your speedy recovery and good health @CitiznMukherjee https://t.co/GrptWPAM2p
— Arvind Kejriwal (@ArvindKejriwal) August 10, 2020 " class="align-text-top noRightClick twitterSection" data="
">Please take care sir. We are praying for your speedy recovery and good health @CitiznMukherjee https://t.co/GrptWPAM2p
— Arvind Kejriwal (@ArvindKejriwal) August 10, 2020Please take care sir. We are praying for your speedy recovery and good health @CitiznMukherjee https://t.co/GrptWPAM2p
— Arvind Kejriwal (@ArvindKejriwal) August 10, 2020
ইয়াৰ পাচতেই অৰবিন্দ কেজৰিৱাল, পিয়ুষ গোৱেলকে আদি কৰি বহু লোকে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দ্ৰুত আশু আৰোগ্য কামনা কৰে ৷ আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে হাস্পতাললৈ গৈ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷
-
I pray for the well being and speedy recovery of Shri Pranab Mukherjee.
— Piyush Goyal (@PiyushGoyal) August 10, 2020 " class="align-text-top noRightClick twitterSection" data="
I am confident he will be successful in recovering from the virus quickly. Wishing him strength and good health https://t.co/56TESwSUJs
">I pray for the well being and speedy recovery of Shri Pranab Mukherjee.
— Piyush Goyal (@PiyushGoyal) August 10, 2020
I am confident he will be successful in recovering from the virus quickly. Wishing him strength and good health https://t.co/56TESwSUJsI pray for the well being and speedy recovery of Shri Pranab Mukherjee.
— Piyush Goyal (@PiyushGoyal) August 10, 2020
I am confident he will be successful in recovering from the virus quickly. Wishing him strength and good health https://t.co/56TESwSUJs
উল্লেখ্য যে, 2012 চনৰ পৰা 2017 চনলৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদতত অধিষ্ঠিত আছিল প্ৰণৱ মুখাৰ্জী ৷
লগতে চাওক-COVID-১৯ : ৰাজ্যত পুনৰ 2900 গৰাকী ক’ভিড পজিটিভ