ETV Bharat / bharat

দেশ এৰি পলাবলৈ লওঁতেই গ্ৰেপ্তাৰ প্ৰাক্তন আইএএছ বিষয়া - Jammu and Kashmir People's Movement and Shah Faesal

দেশ এৰি পলাবলৈ লওঁতেই গ্ৰেপ্তাৰ প্ৰাক্তন আইএএছ বিষয়া শ্বাহ ফইজল ৷ জম্মু-কাশ্মীৰৰ পৰা প্ৰথমগৰাকী সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বিষয়া তথা 2009 চনত দেশৰ সৰ্বভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত প্ৰথমস্থান দখল কৰিবলৈ সক্ষম হৈছিল শ্বাহ ফইজলে ৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা জম্মু-কাশ্মীৰ ৰাজহুৱা সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় শ্বাহ ফইজলক ৷

দেশ এৰি পলাবলৈ লওঁতেই গ্ৰেপ্তাৰ প্ৰাক্তন আইএএছ বিষয়া শ্বাহ ফইজল
author img

By

Published : Aug 14, 2019, 5:35 PM IST

নিউজ ডেস্ক, 14 আগষ্টঃ দেশ এৰি পলাবলৈ লওঁতেই গ্ৰেপ্তাৰ প্ৰাক্তন আইএএছ বিষয়া শ্বাহ ফইজল ৷ জম্মু-কাশ্মীৰ ৰাজহুৱা সুৰক্ষা আইন (Jammu and Kashmir Public Safety Act)ৰ অধীনত গ্ৰেপ্তাৰ হয় দেশৰ প্ৰাক্তন সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বিষয়াগৰাকী ৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সুৰক্ষাকৰ্মীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন আইএএছ বিষয়াগৰাকীক ৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, শ্বাহ ফইজলে দেশ এৰি পলায়ন কৰিবলৈ লৈছিল ৷ নতুন দিল্লীৰ পৰা বষ্টনলৈ বুলি যাবলৈ লৈছিল প্ৰাক্তন আইএএছ বিষয়াগৰাকীয়ে ৷ প্ৰাক্তন আইএএছ বিষয়াগৰাকীক জম্মু-কাশ্মীৰ ৰাজহুৱা সুৰক্ষা আইন (Jammu and Kashmir Public Safety Act)ৰ অধীনত গ্ৰেপ্তাৰ কৰি শ্ৰীনগৰলৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, 1983 চনৰ 17 মে'ত জন্মগ্ৰহন কৰা শ্বাহ ফইজলে 2009 চনত সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ জম্মু-কাশ্মীৰৰ পৰা সৰ্বভাৰতীয় সেৱা পৰীক্ষাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোৱা শ্বাহ ফইজল ৰাজ্যখনৰ ভিতৰতে প্ৰথমগৰাকী লোক আছিল ৷ কাশ্মীৰি লোকক অন্যানভাৱে হত্যা কৰা বুলি প্ৰতিবাদ কৰি 2019 চনত নিজৰ সেৱাৰ পৰা স্বেচ্ছাই অৱসৰ লৈছিল ৷ পৰৱৰ্তী সময়ত 2019 চনৰ 16 মাৰ্চত জম্মু-কাশ্মীৰ পিপুলছ মুভমেন্ট (Jammu and Kashmir People's Movement) নামে এক ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰি প্ৰত্যক্ষ ৰাজনীতি ভৰি দিছিল প্ৰাক্তন আইএএছ বিষয়া শ্বাহ ফইজলে ৷

Intro:Body:

দেশ এৰি পলাবলৈ লওঁতেই গ্ৰেপ্তাৰ প্ৰাক্তন আইএএছ বিষয়া 

দেশ এৰি পলাবলৈ লওঁতেই গ্ৰেপ্তাৰ প্ৰাক্তন আইএএছ বিষয়া শ্বাহ ফইজল ৷ জম্মু-কাশ্মীৰৰ পৰা প্ৰথমগৰাকী সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বিষয়া তথা 2009 চনত দেশৰ সৰ্বভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত প্ৰথমস্থান দখল কৰিবলৈ সক্ষম হৈছিল শ্বাহ ফইজলে ৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা জম্মু-কাশ্মীৰ ৰাজহুৱা সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় শ্বাহ ফইজলক ৷ 

নিউজ ডেস্ক, 14 আগষ্টঃ দেশ এৰি পলাবলৈ লওঁতেই গ্ৰেপ্তাৰ প্ৰাক্তন আইএএছ বিষয়া শ্বাহ ফইজল ৷ জম্মু-কাশ্মীৰ ৰাজহুৱা সুৰক্ষা আইন (Jammu and Kashmir Public Safety Act)ৰ অধীনত গ্ৰেপ্তাৰ হয় দেশৰ প্ৰাক্তন সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বিষয়াগৰাকী ৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সুৰক্ষাকৰ্মীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন আইএএছ বিষয়াগৰাকীক ৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, শ্বাহ ফইজলে দেশ এৰি পলায়ন কৰিবলৈ লৈছিল ৷ নতুন দিল্লীৰ পৰা বষ্টনলৈ বুলি যাবলৈ লৈছিল প্ৰাক্তন আইএএছ বিষয়াগৰাকীয়ে ৷ প্ৰাক্তন আইএএছ বিষয়াগৰাকীক জম্মু-কাশ্মীৰ ৰাজহুৱা সুৰক্ষা আইন (Jammu and Kashmir Public Safety Act)ৰ অধীনত গ্ৰেপ্তাৰ কৰি শ্ৰীনগৰলৈ প্ৰেৰণ কৰা হয় ৷  

উল্লেখ্য যে, 1983 চনৰ 17 মে'ত জন্মগ্ৰহন কৰা শ্বাহ ফইজলে 2009 চনত সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ জম্মু-কাশ্মীৰৰ পৰা সৰ্বভাৰতীয় সেৱা পৰীক্ষাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোৱা শ্বাহ ফইজল ৰাজ্যখনৰ ভিতৰতে প্ৰথমগৰাকী লোক আছিল ৷ কাশ্মীৰি লোকক অন্যানভাৱে হত্যা কৰা বুলি প্ৰতিবাদ কৰি 2019 চনত নিজৰ সেৱাৰ পৰা স্বেচ্ছাই অৱসৰ লৈছিল ৷ পৰৱৰ্তী সময়ত 2019 চনৰ 16 মাৰ্চত জম্মু-কাশ্মীৰ পিপুলছ মুভমেন্ট (Jammu and Kashmir People's Movement) নামে এক ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰি প্ৰত্যক্ষ ৰাজনীতি ভৰি দিছিল প্ৰাক্তন আইএএছ বিষয়া শ্বাহ ফইজলে ৷

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.