ETV Bharat / bharat

কোন কোন দেশৰ নেতাই অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণত ?

author img

By

Published : May 29, 2019, 9:50 PM IST

30 মে’ত ৰাষ্ট্ৰপতি ভৱনত হবলগীয়া শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈথৰিপালা শিৰিষেণা, কিৰ্গিজ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি চুৰণবে জীনবেক’ভ,ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ ৱিন মাইন্ত,মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ যুগনাঔথ,নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি,ভূটানৰ প্ৰধানমন্ত্ৰী ডাঃ লটে শ্বিৰিঙ,থাইলেণ্ডৰ কুটনীতিবিদ গ্ৰিছদা বুনৰাছে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণত ৷

কোন কোন দেশৰ নেতাই অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণত?

নিউজ ডেস্ক,29 মে’: আঠখন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণত ৷ 30 মে’ত ৰাষ্ট্ৰপতি ভৱনত হবলগীয়া শপতগ্ৰহc অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ,শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈথৰিপালা শিৰিষেণা,কিৰ্গিজ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি চুৰণবে জীনবেক’ভ,ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ ৱিন মাইন্ত,মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ যুগনাঔথ,নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি, ভূটানৰ প্ৰধানমন্ত্ৰী ডাঃ লটে শ্বিৰিঙ, থাইলেণ্ডৰ কুটনীতিবিদ গ্ৰিছদা বুনৰাছে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণত ৷

লগতে পঢ়ক: মেজৰ ৰাহুলক অন্তিম বিদায় সেনাৰ শীৰ্ষ বিষয়াৰ

ইয়াৰ উপৰিও ছোনিয়া গান্ধী, ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল,কে চন্দ্ৰশেখৰ ৰাওৱে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি সদৰী কৰে ৷

FOREIGN LEADERS CONFIRM PARTICIPATION IN PM'S OATH TAKING CEREMONY

কোন কোন দেশৰ নেতাই অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণত?

নিউজ ডেস্ক, 29 মে’: আঠখন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণত ৷ 30 মে’ত ৰাষ্ট্ৰপতি ভৱনত হবলগীয়া শপতগ্ৰহন অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈথৰিপালা শিৰিষেণা, কিৰ্গিজ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি চুৰণবে জীনবেক’ভ, ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ ৱিন মাইন্ত, মৰিচাচৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ যুগনাঔথ, নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি, ভূটানৰ প্ৰধানমন্ত্ৰী ডাঃ লটে শ্বিৰিঙ, থাইলেণ্ডৰ কুটনীতিবিদ গ্ৰিছদা বুনৰাছে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণত ৷  
ইয়াৰ উপৰিও ছোনীয়া গান্ধী, ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল, কে চন্দ্ৰশেখৰ ৰাওৱে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি সদৰি কৰে ৷
modi_9RE2cNb.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.