ETV Bharat / bharat

উড়িশাত ধাৰাষাৰ বৰষুণৰ ফলত জলমগ্ন বহু অঞ্চল - জয়পুৰ আৰু ধামনগৰৰ মাজত সংযোগ বিচ্ছিন্ন

প্ৰচুৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে উড়িশাৰ বৈতৰনী নদী ৷ 4 টাকৈ ব্লকৰ প্ৰায় 300 লোকক নিৰাপদ স্থানলৈ ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে ৷

উড়িশা
উড়িশাত ধাৰাষাৰ বৰষুণৰ ফলত জলমগ্ন বহু অঞ্চল
author img

By

Published : Aug 28, 2020, 10:04 AM IST

নেশ্যনেল ডেস্ক, 28 আগষ্ট : প্ৰচুৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে উড়িশাৰ বৈতৰনী নদী ৷ ফলত ৰাজ্যখনৰ ভদ্ৰক জিলাত বান-সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ মালাডাৰ ওচৰৰ সতাৰা সেঁতুও জলমগ্ন হৈ পৰা বুলি জানিব পৰা গৈছে ৷

উড়িশাত ধাৰাষাৰ বৰষুণৰ ফলত জলমগ্ন বহু অঞ্চল

আনহাতে, বৰষুণৰ ফলত জয়পুৰ আৰু ধামনগৰৰ মাজত সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ আখুৱাপাড়াৰ ওচৰত বাঢ়নী পানী বিপদসীমাৰ ওপৰেৰে বৈছে বুলি তথ্য লাভ কৰা হৈছে ৷

উড়িশা
উড়িশাত ধাৰাষাৰ বৰষুণৰ ফলত জলমগ্ন বহু অঞ্চল

ৰেমুনা আৰু বালাচোৰ সদৰৰ নিম্নভাগত অৱস্থিত বহুকেইখন গাঁও ইতিমধ্যেই জলমগ্ন হৈছে ৷ বুধবালাংগা, সোনে আৰু জলকা নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে এই অঞ্চলসমূহ জলমগ্ন হৈ পৰে ৷

ইয়াৰোপৰি, কৃষকসকলৰ খেতিপথাৰতো ব্যাপক অনিষ্ট সাধন হোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে, ৰেমুনা আৰু বাস্তাত NDRF আৰু ODRAF দল মোতায়েন কৰা হৈছে ৷ 4 টাকৈ ব্লকৰ প্ৰায় 300 লোকক নিৰাপদ স্থানলৈ ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : ভাৰতৰ অভিযোগ : জইছ-এ-মহম্মদৰ দায়িত্ব গ্ৰহণৰ পৰা বিৰত আছে পাকিস্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.