ETV Bharat / bharat

চৰ্দাৰ বল্লভ ভাই পেটেল COVID-19 কেয়াৰ পৰা আৰোগ্য প্ৰথমজন ৰোগী

বিগত ৬ জুলাই পৰা মুকলি কৰা দিল্লীস্থিত চৰ্দাৰ বল্লভ ভাই পেটেল COVID-19 কেয়াৰ চেণ্টাৰ তথা হাস্পতালৰ পৰা সোমবাৰে আৰোগ্য হৈ উঠিছে এগৰাকী COVID-19ত আক্ৰান্ত ৰোগী । বৰ্তমান পৰ্যন্ত হাস্পতালখনত ভৰ্তি চিকিৎসাধীন হৈ আছে ১৪৭ গৰাকী COVID-19ত আক্ৰান্ত ব্যক্তি । সোমবাৰে টুইটাৰযোগে এই কথা সদৰি কৰিলে ITBP য়ে ।

চৰ্দাৰ বল্লভ ভাই পেটেল COVID-19 কেয়াৰ
চৰ্দাৰ বল্লভ ভাই পেটেল COVID-19 কেয়াৰ
author img

By

Published : Jul 14, 2020, 5:03 PM IST

নিউজ ডেস্ক, ১৪ জুলাইঃ দিল্লীস্থিত চৰ্দাৰ বল্লভ ভাই পেটেল COVID-19 কেয়াৰ চেণ্টাৰ পৰা আৰোগ্য হৈ উঠিছে এগৰাকী COVID-19 ত আক্ৰান্ত ৰোগী । সোমবাৰে ভাৰত-তিব্বত সীমা আৰক্ষীয়ে টুইটযোগে সদৰি কৰে এই কথা । ITBP ৰ টুইটাৰত প্ৰকাশ কৰা অনুসৰি সৰদাৰ বল্লভ ভাই পেটেল COVID-19 কেয়াৰ চেণ্টাৰত মুঠ ১৪৭ গৰাকী COVID-19ত আক্ৰান্ত ব্যক্তিক ভৰ্তি কৰোৱা হৈছে ।

চৰ্দাৰ বল্লভ ভাই পেটেল COVID-19 কেয়াৰ
চৰ্দাৰ বল্লভ ভাই পেটেল COVID-19 কেয়াৰ পৰা আৰোগ্য প্ৰথমজন COVID-19ত আক্ৰান্ত ব্যক্তি

লগতে টুইটাৰৰ লগত সংযোগ কৰে এটি ভিডিঅ'। ভিডিঅ'টোত COVID-19 ৰ পৰা আৰোগ্য হোৱা ৰোগীগৰাকীক চেণ্টাৰৰ পৰা বিদায় লোৱা সময়ত হাস্পতাল কৰ্তৃপক্ষকৰ তৰফৰ পৰা এটি গোলাপ ফুলৰ লগতে কিছু অত্যাৱশ্যকীয় সামগ্ৰীৰে ভৰ্তি এখন মোনা প্ৰদান কৰা প্ৰত্যক্ষ কৰা হৈছে ।

চৰ্দাৰ বল্লভ ভাই পেটেল COVID-19 কেয়াৰ পৰা আৰোগ্য প্ৰথমজন ৰোগী

উল্লেখ্য যে, ৰাজধানী দিল্লীৰ ছতপুৰ অঞ্চলৰ ৰাধা স্বামী সৎ সংগ ব্যাসত বিশ্বৰ ভিতৰতে ডাঙৰ ৰূপে চিহ্নিত তথা ১০,০০০ খন বিচনাৰে চৰ্দাৰ বল্লভ ভাই পেটেল COVID-19 কেয়াৰ চেণ্টাৰ তথা হাস্পতাল খোলা হৈছে । বিগত ৬ জুলাই এই হাস্পতালখন মুকলি কৰে উপ-ৰাজ্যপাল অনিল বেজলে। ইয়াৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰিদৰ্শন কৰে হাস্পতালখন ।

লগতে চাওকঃ ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ শচীন পাইলটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.