ETV Bharat / bharat

আহমেদাবাদৰ ক'ভিড হাস্পতালত অগ্নিকাণ্ড : 8 ৰোগীৰ মৃত্যু

আহমেদাবাদৰ ক'ভিড শ্ৰে হাস্পতালত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত প্ৰাণ হেৰুৱাইছে 8 জনকৈ ৰোগীয়ে ৷

author img

By

Published : Aug 6, 2020, 7:56 AM IST

Updated : Aug 6, 2020, 8:35 AM IST

8 ৰোগীৰ মৃত্যু
আহমেদাবাদৰ ক'ভিড হাস্পতালত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, 6 আগষ্ট : গুজৰাটৰ আহমেদাবাদৰ এখন ক'ভিড হাস্পতালত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ নৱৰংপুৰ শ্ৰে হাস্পতালত সংঘটিত এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত প্ৰাণ হেৰুৱাইছে 8 জন ৰোগীয়ে ৷ বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷

উল্লেখ্য যে, 1,073 লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱাৰ ফলত গুজৰাটত বুধবাৰ পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 66,777 লৈ বৃদ্ধি পাইছে ৷ আনহাতে, বুধবাৰৰ দিনা মৃত্যু হৈছে 23 জন ৰোগীৰ ৷ ইয়াৰ ফলত মৃতকৰ সংখ্যা 2,557 লৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক : মানৱ সৰবৰাহকাৰীৰ টাৰ্গেট অসম তথা উত্তৰ-পূৰ্বাঞ্চল

Last Updated : Aug 6, 2020, 8:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.