ETV Bharat / bharat

মিজোৰামত কৃষক দিৱস 2020 উদযাপন

author img

By

Published : Dec 23, 2020, 8:59 PM IST

ৰাষ্ট্ৰীয় কৃষক দিৱস প্ৰত্যেক বছৰে 23 ডিচেম্বৰ তাৰিখে দেশজুৰি পালন কৰা হয় ৷ ভাৰতৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জন্মজয়ন্তী উপলক্ষে পালন কৰা হয় ৰাষ্ট্ৰীয় কৃষক দিৱস ৷

farmers-day-celebrated-in-mizoram
মিজোৰামত কৃষক দিৱস 2020 উদযাপন

নিউজ ডেস্ক, 23 ডিচেম্বৰ : মিজোৰামত অসম ৰাইফলচে বুধবাৰে কৃষক দিৱস 2020 উপলক্ষে সীমান্তৱৰ্তী গাঁও সমূহৰ কৃষক সকলৰ মাজত বক্তব্য অনুষ্ঠান তথা মত বিনিময়ৰ এক কাৰ্যসূচীৰ আয়োজন কৰে ৷ উক্ত অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল কেন্দ্ৰ চৰকাৰৰ বিভিন্ন আঁচনি তথা আধুনিক যুগৰ কৃষি পদ্ধতি সম্পৰ্কে সীমান্তৱৰ্তী গাঁৱৰ কৃষকৰ মাজত সজাগতাৰ সৃষ্টি কৰা ৷

farmers-day-celebrated-in-mizoram
মিজোৰামত কৃষক দিৱস 2020 উদযাপন

উল্লেখ্য যে, ৰাষ্ট্ৰীয় কৃষক দিৱস প্ৰত্যেক বছৰে 23 ডিচেম্বৰ তাৰিখে দেশজুৰি পালন কৰা হয় ৷ ভাৰতৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জন্মজয়ন্তী উপলক্ষে পালন কৰা হয় ৰাষ্ট্ৰীয় কৃষক দিৱস ৷

লগতে পঢ়ক : 'ফ্লিপকাৰ্ড'ত অৰ্ডাৰ দিছিল জোতা; কিন্তু লাভ কৰিলে ছোৱালীৰ জিনচ চাৰ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.