ETV Bharat / bharat

সুৰক্ষা কৰ্মীকো সুৰক্ষা দিয়াৰ প্ৰয়োজনঃ সহায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ প্ৰাক্তন ACP

সুৰক্ষা কৰ্মীৰ সুৰক্ষা বিচাৰি ৰাজহুৱা স্বাৰ্থজনিত লেখ আবেদন জাৰি উচ্চতম ন্যায়ালয়ত । ভানুপ্ৰতাপ বাৰ্গে নামৰ প্ৰক্তন উপ আৰক্ষী আয়ুক্তই দাখিল কৰে এই আবেদন । তেওঁ এই আবেদনৰ জৰিয়তে "সংশয় আৰু কষ্ট"ৰ ভাট্টাৰ বাবে আহ্বান জনাই কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে পত্যক্ষ ভাৱে যুঁজি থকা লোক সকলৰ বাবে ।

সুৰক্ষা কৰ্মীকো সুৰক্ষা দিয়া প্ৰয়োজনঃ সহায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ প্ৰাক্তন ACP

author img

By

Published : Apr 25, 2020, 12:38 PM IST

নিউজ ডেস্ক, 25 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধখনত প্ৰত্যক্ষভাৱে জড়িত আৰক্ষী লোকসকলক সুৰক্ষা প্ৰদান কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত লেখ আবেদন জাৰি কৰিছে এগৰাকী প্ৰাক্তন উপ আৰক্ষী আয়ুক্তই ।

তেওঁ লেখ আবেদন খনৰ জৰিয়তে COVID-19 ৰ বিৰুদ্ধে সমুখৰ পৰা সুৰক্ষা প্ৰদান কৰি অহা আৰক্ষীৰ লোকসকলক সুৰাক্ষা প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে "সংশয় আৰু কষ্ট" ভাট্টা দিব লাগে বুলি দাবী কৰে । এই অতিৰিক্ত বোনাছে আৰক্ষীৰ নৈতিকতা বৃদ্ধিত সহায় কৰিব ।

লগতে 48 বছৰৰ অধিক বয়সৰ আৰক্ষী লোকক যাতে প্ৰত্যক্ষভাৱে COVID-19ৰ সংস্পৰ্শলৈ আহিব পৰা কৰ্তব্যৰ বাবে নিয়োজিত নকৰে সেই বিষয়েও ব্যৱস্থা ল'বলৈ আহ্বান জনায় । অমিত পাই নামৰ অধিবক্তা এজনৰ জৰিয়তে এই লেখ আবেদন দাখিল কৰে ।

লগতে পঢ়কঃ ভাৰতত প্ৰত্য়েক ১০ দিনৰ অন্তত দুগুণে বৃদ্ধি COVID-19 ত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.