ETV Bharat / bharat

নৰেন্দ্ৰ মোডীৰ বায়'পিকৰ পৰিচালকলৈ নিৰ্বাচন আয়োগৰ জাননী

author img

By

Published : Mar 28, 2019, 12:58 AM IST

কংগ্ৰেছ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) এ দাখিল কৰা অভিযোগৰ ভিত্তিতে পৰিচালকলৈ নিৰ্বাচন আয়োগৰ জাননী

" পি এম মোডী " ৰ চাৰি পৰিচালকলৈ নিৰ্বাচনী আয়োগৰ জাননী

নিউজ ডেস্ক, 27 মাৰ্চ : প্ৰধান মোডীৰ বায়'পিক " পি এম মোডী " ৰ চাৰি পৰিচালকলৈ নিৰ্বাচনী আয়োগৰ জাননী প্ৰেৰণ ৷ সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বেই ছবিখন মুক্তি দিয়াৰ ক্ষেত্ৰত দেশৰ কেইবাটাও ৰাজনৈতিক দলে নিৰ্বাচনী আয়োগক অভিযোগ দিয়াৰ পাচতে ছবিখনৰ চাৰি পৰিচালকলৈ এই জাননী আয়োগৰ ৷ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই ছবিখন নিৰ্মাণ কৰা বুলি কংগ্ৰেছ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) এ দাখিল কৰিছিল অভিযোগ ৷
বিগত 25 মাৰ্চত কংগ্ৰেছ নেতৃত্বই নিৰ্বাচনী আয়োগৰ কাৰ্যালয়ত উপস্থিত হৈ বিবেক আনন্দ অ'বেৰয় অভিনীত এই ছবিখন নিৰ্বাচনৰ পূৰ্বে মুক্তি দিলে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা হ'ব বুলি মত প্ৰকাশ কৰিছিল ৷ লগতে নিৰ্বাচনৰ ফলাফল ঘোষণ নোহোৱা পৰ্যন্ত ছবিখন মুক্তিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনাইছিল নিৰ্বাচনী আয়োগক ৷ইফালে বিগত 5 এপ্ৰিলত ছবিখনৰ প'ষ্টাৰ প্ৰকাশ কৰাক লৈ নিৰ্বাচনী আয়োগে জাননী প্ৰেৰণ কৰিছিল দুখন বাতৰি কাকতলৈ ৷

উল্লেখ্য যে, ইতিমধ্যে বোম্বে উচ্চ ন্যায়ালয়ত পুনেৰ এগৰাকী ৰাজনৈতিক কৰ্মীয়ে দাখিল কৰা আৱেদনৰ ভিত্তিত এক ন্যায়িক যুঁজত আছে এই ছবিখন ৷

তেওঁ গভীৰ আত্মবিশ্বাসী 

তেওঁ দৃঢ় বিশ্বাসী 
এবাৰত নোৱাৰিলে চাৰিবাৰত তেওঁ পাব টপ পজিচন

এবাৰত নোৱাৰিলে দুবাৰত নোৱাৰিলে চাৰিবাৰত তেওঁ পাব টপ পজিচন
\byte: 
হয়, চেষ্টা কৰিলে হেনো ভগৱানকো পাব পাৰি ৷

ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহা এইগৰাকী 

gfx: প্ৰাৰ্থী লক্ষ্মী চৰণ চাৱাচী

হাতত এখন জোলোঙা এটা লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছে 

লক্ষ্মী চৰণ চাৱাচী ৷ এইবাৰেই প্ৰথম নহয়, ইয়াৰ আগতেও তিনিবাৰ লোকসভা নিৰ্বাচনত অৱৰ্তীন হৈছিল তেওঁ৷ এইবাৰ পুনৰ চতুৰ্থবাৰলৈ লোকসভা নিৰ্বাচনত এঘৰী যুজিবলৈ মন মেলিছে লক্ষ্মী চৰণ চাৱাচীয়ে৷ 

byte:

কিন্তু এইবাৰ তেওঁ হেনো উত্তীৰ্ণ হ'বই হ'ব ৷ সেয়েহে ঘৰৰ

 জোলোঙাখনতে কাগজ পত্ৰ লৈ মনোনয়ন দাখিল কৰিবলৈ উপস্থিত হ'ল ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত । কাৰণ জনপ্ৰতিনিধি হৈ ৰাইজক সেৱা কৰাৰ সপোন তেওঁৰ বহুদিনীয়া ৷

byte:

পিচে অৱশেষত চতুৰ্থবাৰত  

লক্ষ্মী চৰণে টপ কৰে নে পূৰ্বৰ দৰে ফেইল হৈ থাকে সেয়া সময়েহে কব ৷ 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.