ETV Bharat / bharat

উত্তৰ বিহাৰৰ কেইবাটাও প্ৰান্ত জোকাৰি যায় ভূইকঁপে

author img

By

Published : Sep 16, 2020, 8:05 AM IST

বুধবাৰে পুৱা প্ৰায় 5:04 বজাত ভূইকঁপে জোকাৰি যায় চুবুৰীয়া ৰাষ্ট্ৰ নেপালক ৷ ভূইকঁপৰ প্ৰাবল্য় 5.4 ৰিখতাৰ স্কেল আছিল বুলি জানিব পৰা গৈছে ৷ কাঠমাণ্ডুৰ 50 কিলোমিটাৰ পূবত অভিকেন্দ্ৰ থকা ভূইকঁপটোৱো উত্তৰ বিহাৰৰো কেইবাখনো জিলা জোকাৰি যায় ৷

উত্তৰ বিহাৰৰ কেইবাটাও প্ৰান্ত জোকাৰি যায় ভূইকঁপে
উত্তৰ বিহাৰৰ কেইবাটাও প্ৰান্ত জোকাৰি যায় ভূইকঁপে

নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ: বুধবাৰ পুৱা উত্তৰ বিহাৰৰ কেইবাখনো জিলা জোকাৰি যায় ভূইকঁপে ৷ ভূইকঁপৰ প্ৰাবল্য় আছিল 5.4 ৰিখতাৰ স্কেল ৷ অৱশ্যে এই পৰ্যন্ত ভূইকঁপৰ ফলত কোনো লোক হতাহত হোৱাৰ লগতে কোনো ধৰণৰ ক্ষতি হোৱাৰ খবৰ অহা নাই ৷

জানিব পৰা মতে ভূইকঁপৰ অভিকেন্দ্ৰ আছিল নেপালৰ কাঠমাণ্ডুৰ 50 কিলোমিটাৰ পূবত ৷ ইয়াৰ পূৰ্বে 2015 চনত নেপালত হোৱা ভূইকঁপে ব্যাপক ৰূপত ধ্বংসৰ সৃষ্টি কৰিছিল ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰত পাকিস্তানৰ গুলীবৰ্ষণত আহত তিনি সেনা জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.