ETV Bharat / bharat

আজি সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰত উপস্থিত হ'ব সুষমা স্বৰাজ

'গেষ্ট অফ অনাৰ' হিচাপে বৈঠকত অংশগ্ৰহণ কৰিব বিদেশ মন্ত্ৰী গৰাকীয়ে

etv bharat
author img

By

Published : Feb 28, 2019, 8:11 AM IST

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ অৰগেনাইজেশ্বন অফ ইছলামিক কপাৰেচনত অংশগ্ৰহণৰ উদ্দেশ্যে বৃহস্পতিবাৰে সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰলৈ ৰাওনা হ'ব বিদেশ মন্ত্ৰী সুষমা স্বৰাজ।

etv bharat
sushma swaraj

'গেষ্ট অফ অনাৰ' হিচাপে উক্ত বৈঠকত অংশগ্ৰহণ কৰিব ভাৰতৰ বিদেশ মন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, ষষ্ঠদশ বৈদেশিক মন্ত্ৰণালয়ৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে মঙলবাৰে চীনত উপস্থিত হৈছিল সুষমা স্বৰাজ । দেশখনত ভাৰত,ৰাছিয়া আৰু চীনৰ বিদেশ মন্ত্ৰণালয়ৰ মাজত অনুষ্ঠিত হৈছিল ত্ৰিপাক্ষিক বৈঠক । ষষ্ঠদশ বৈদেশিক মন্ত্ৰণালয়ৰ বৈঠকৰ পৰাই পোনে-পোনে আৰৱ যুক্তৰাষ্ট্ৰলৈ উৰা মাৰিব বিদেশ মন্ত্ৰীগৰাকী ।

EAM Sushma Swaraj to leave for UAE today

D0dQDMmU0AElqaH.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.