- সেই মৰ্মে নিৰ্দেশনা মানি ডিঙিত গামোচা লৈ পৰম্পৰাগত সাজেৰে অসম ভৱনত উপস্থিত হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস৷
- অসম ভৱনৰ পৰা কিছুসময়ৰ পাচতেই ৰাষ্ট্ৰপতি ভৱনৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হ'ব ৰঞ্জিত দাস৷
- সন্ধিয়া 7 বজাৰ লগে-লগে আৰম্ভ হ'ব মোডী তথা তেওঁৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান৷ পৰম্পৰাত সাজ-পাৰেৰে মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হোৱাৰ নিৰ্দেশনা ৰাষ্ট্ৰপতি ভৱনৰ৷
পৰম্পৰাগত সাজপাৰৰে শপতগ্ৰহণত উপস্থিত থকাৰ নিৰ্দেশ ! - ranjit das
পৰম্পৰাত সাজ-পাৰেৰে মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হোৱাৰ নিৰ্দেশনা ৰাষ্ট্ৰপতি ভৱনৰ ৷
![পৰম্পৰাগত সাজপাৰৰে শপতগ্ৰহণত উপস্থিত থকাৰ নিৰ্দেশ !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3426075-thumbnail-3x2-ranjit-das.jpg?imwidth=3840)
পৰম্পৰাগত সাজ পিন্ধি মোডীৰ শপগ্ৰহণলৈ সাজু ৰঞ্জিত দাস
- সেই মৰ্মে নিৰ্দেশনা মানি ডিঙিত গামোচা লৈ পৰম্পৰাগত সাজেৰে অসম ভৱনত উপস্থিত হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস৷
- অসম ভৱনৰ পৰা কিছুসময়ৰ পাচতেই ৰাষ্ট্ৰপতি ভৱনৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হ'ব ৰঞ্জিত দাস৷
- সন্ধিয়া 7 বজাৰ লগে-লগে আৰম্ভ হ'ব মোডী তথা তেওঁৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান৷ পৰম্পৰাত সাজ-পাৰেৰে মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হোৱাৰ নিৰ্দেশনা ৰাষ্ট্ৰপতি ভৱনৰ৷
Intro:New Delhi: A dress code has been issued for attendece in Prime Minister Narendra Modi's swearing in ceremony.
Body:Accordingly Assam BJP president Ranjit Kumar Das has been participating in the swearing in crremony attired in a colourful Assamese dress.
Made of muga (silk), this dress is attired in ceremonial programmes in Assam too.
"We have received an instruction that we should come attired in our own traditional dress. So I have come with our traditional dress," said Das to ETV Bharat.
Conclusion:More than 8000 participants and guests are taking part in Prime Minister Narendra Modi's swearing in ceremony at Rastrapati Bhawan on Thursday.
Modi is swearing as the Prime Minister of India for the second consecutive terms.
end.