ETV Bharat / bharat

কলকাতাৰ পৰা আনি হায়দৰাবাদত সংস্থাপন কৰা হ'ল হাঁওফাঁও

author img

By

Published : Aug 24, 2020, 10:19 PM IST

গ্ৰীন চেনেলৰ অংশ হিচাপে কলকাতাৰ এগৰাকী ব্ৰেন-ডেড লোকৰ পৰা যকৃৎ আৰু বৃক্ক সংগ্ৰহ কৰি হায়দৰাবাদৰ বেগমপেট কৃষ্ণা ইনষ্টিউট অফ মেডিকেল চাইঞ্চেছ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

Donor lungs flown in from Kolkata transplanted in Hyderabad

নিউজ ডেস্ক, 24 আগষ্ট : কলকাতাৰ এগৰাকী যুৱ ব্ৰেন-ডেড ড’নাৰৰ হাওঁফাওঁ সোমবাৰে পুৱা চণ্ডীগড়ৰ এগৰাকী ৰোগীৰ দেহত সংস্থাপন কৰা হয় ৷ যিগৰাকী ৰোগীয়ে হাওঁফাওঁ ৰোগত অন্তিম পৰ্যায়ত মৃত্যুৰ সৈতে যুঁজ দি আছিল ৷

ব্ৰেন ডেড লোকজনৰ যকৃৎ আৰু বৃক্ক উপযুক্ত সময়ত হাস্পতালৈ প্ৰেৰণ কৰিব পৰা যায় তাৰ বাবে হায়দৰাবাদ আৰক্ষীয়ে শ্বামশ্বাদবাদ বিমান বন্দৰৰ পৰা কৃষ্ণা ইনষ্টিউট অফ মেডিকেল চাইঞ্চেছ হাস্পতাললৈ যাতায়তৰ সকলো ব্যৱস্থা কৰে ৷ ইয়াৰ বাবে হায়দৰাবাদ ট্ৰেফিক আৰক্ষীক সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

কলকাতাৰ পৰা হায়দৰাবাদলৈ হাওঁফাওঁ স্থানান্তৰ

গ্ৰীণ কৰিডৰৰ অংশ হিচাপে কলকাতাৰ এগৰাকী ব্ৰেন-ডেড লোকৰ পৰা যকৃৎ আৰু বৃক্ক সংগ্ৰহ কৰি হায়দৰাবাদৰ বেগমপেট কৃষ্ণা ইনষ্টিউট অফ মেডিকেল চাইঞ্চেছ হাস্পতাললৈ লৈ অনা হয় ৷ শ্বামশ্বাদবাদ বিমান (পুৱা 6.39 ) বন্দৰৰ পৰা কিমছ হাস্পতালৈ 30 মিনিটত অতিক্ৰম কৰিবলৈ সক্ষম হয় ৷

চাইবাৰবাদ ট্ৰেফিক আৰক্ষীয়ে অংগ সমূহ সুৰক্ষিত ভাৱে কিমছ হাস্পতাললৈ লৈ যোৱাৰ বাবে যথোপযুক্ত ব্যৱস্থা হাতত লয় ৷ হায়দৰাবাদ ট্ৰেফিক আৰক্ষীৰ এই কাৰ্যক বহুতে শলাগ লয় ৷ অংগ সুৰক্ষিত ভাৱে প্ৰেৰণ কৰাৰ বাবে এইপৰ্যন্ত হায়দৰাবাদত পাঁচবাৰ বাবে গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে চাওক-তেণ্ডুলকাৰৰ শতকৰ অভিলেখ ভংগ কৰিব বিৰাটে : ইৰফান পাঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.