ETV Bharat / bharat

২০ জুনত ডিস্ক'ভাৰীত আহি আছে ফনী - ঘূৰ্ণী বতাহ

ডিস্ক'ভাৰী চেনেলে বিগত বৰ্ষৰ মে' মাহত উৰিষ্যাত সংঘটিত হোৱা ভয়ংকৰ “ফনী” ৰ ওপৰত দুটা ভাগত তথ্য চিত্ৰ নিৰ্মাণ কৰিছে । ২০ জুনত নিশা ৯ বজাত ডিস্ক'ভাৰী আৰু ডিস্ক'ভাৰী এইচ ডি চেনেলত প্ৰচাৰিত হ'ব । লগতে ২৩ জুনত ডিস্ক'ভাৰী মোবাইল এপ্লিকেছনত প্ৰচাৰিত হ'ব ।

discovery-documentary-on-cyclone-fani-to-be-aired-on-june-20
২০ জুনত ডিস্ক'ভাৰীত আহি আছে ফনী
author img

By

Published : Jun 17, 2020, 7:54 PM IST

নিউজ ডেস্ক, ১৭ জুন : ডিস্ক'ভাৰী চেনেলে বিগত বৰ্ষৰ মে' মাহত উৰিষ্যাত সংঘটিত হোৱা ভয়ংকৰ “ফনী” ৰ ওপৰত দুটা ভাগত তথ্য চিত্ৰ নিৰ্মাণ কৰিছে । যি ভয়ংকৰ বতাহত ৮৯ জন লোকৰ মৃত্যু হৈছিল ।

চেনেল কতৃপক্ষই জনোৱা অনুসৰি, তথ্যচিত্ৰ খন ২০ জুনত নিশা ৯ বজাত ডিস্ক'ভাৰী আৰু ডিস্ক'ভাৰী এইচ ডি চেনেলত প্ৰচাৰিত হ'ব । লগতে ২৩ জুনত ডিস্ক'ভাৰী মোবাইল এপ্লিকেছনত প্ৰচাৰিত হ'ব ।

discovery-documentary-on-cyclone-fani-to-be-aired-on-june-20
২০ জুনত ডিস্ক'ভাৰীত আহি আছে ফনী

তথ্যচিত্ৰ খনত চাইক্লন ফনীৰ সকলো বিষয় বৰ্ণনা কৰা হৈছে । হঠাতে অহা ফনীয়ে কেনেকৈ ওড়িশাৰ জন জীৱন স্তব্ধ কৰিছিল । কেনেকৈ মাত্ৰ ৪৮ ঘন্টাৰ ভিতৰত সেই অঞ্চলৰ পৰা প্ৰায় ১ লাখ মানুহক স্থানান্তৰিত কৰিছিল সেই সম্পৰ্কে তথ্যচিত্ৰ আকাৰত দেখুওৱা হৈছে ।

লগতে পঢ়ক : বাঘজানৰ তৈল কুণ্ডত বেইলী ব্ৰীজ নিৰ্মাণক লৈ সমীক্ষা আৰম্ভ ভাৰতীয় সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.