নেশ্যনেল ডেস্ক, 18 জানুৱাৰী : সোমবাৰে ঘোৰাডংৰি তহচিলৰ বাচা গাঁৱৰ পৰা ঘূৰি অহাৰ সময়ত দূৰ্ঘটনাত পতিত হয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাহন ৷ বেতুলৰ এছ ডি এম আৰু অমলাৰ বিধায়কৰ বাহনৰ সৈতে হোৱা সংঘৰ্ষত অমলাৰ সহকাৰী বিষয়া গৰাকী সামান্য আঘাতপ্ৰাপ্ত হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি,কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী গৰাকী বাচা ভিলেজৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাতে দূৰ্ঘটনাত পতিত হয় ৷
লগতে পঢ়ক : শিলচৰ চিকিৎসা মহাবিদ্যালয়ত নষ্ট হ’ল ১০০০ কোভিড প্ৰতিষেধক