ETV Bharat / bharat

ধাৰ্মে গৌড়াৰ "ছুইচাইড নোট '' উদ্ধাৰ

author img

By

Published : Dec 30, 2020, 10:33 AM IST

জে ডি (এছ)ৰ নেতা আৰু কৰ্ণাটক বিধান সভাৰ উপ সভাপতি এছ এল ধৰমে গৌডাই মঙ্গলবাৰে চিমমাগুৰুত আত্মহত্যা কৰাৰ অভিযোগ। জে ডি (এছ)ৰ নেতা আৰু কৰ্ণাটক বিধানসভাৰ উপ সভাপতি এছ এল ধৰমে গৌডাই মঙ্গলবাৰে চিক্কামগলুৰুত আত্মহত্যা কৰাৰ অভিযোগ।

ধাৰ্মে গৌড়াৰ "ছুইচাইড নোট '' উদ্ধাৰ
ধাৰ্মে গৌড়াৰ "ছুইচাইড নোট '' উদ্ধাৰ

নেশ্যনেল ডেস্ক,30 ডিচেম্বৰ : কৰ্ণাটকৰ মুখ্য মন্ত্ৰী বি এছ য়েদিয়ুৰপ্পাই মঙলবাৰে কয় যে চিক্কামগলুৰু আৰক্ষীয়ে কৰ্ণাট বিধানসভাৰ উপ সভাপতি এছ এল ধাৰ্মে "ছুইচাইড নোট '' উদ্ধাৰ কৰিছে ৷ য়েদিয়ুৰপ্পাই সাংবাদিকক কয় যে জিলা প্ৰশাসনে গৌড়াই লিখি থৈ যোৱা থকা এখন ছুইচাইড নোট উদ্ধাৰ কৰিছে। এই সম্পূৰ্ণ ছুইচাইড নোটখন ইচ্ছাপত্ৰৰ দৰে কিয়নো ইয়াত তেওঁৰ সম্পত্তি আৰু অন্যান্য গুৰুত্বপূৰ্ণ ব্যক্তিগত বিৱৰণৰ বিষয়ে কেইবাটাও বিৱৰণ আছে, সেয়েহে, আমি এই সময়ত ইয়াৰ সমল প্ৰকাশ কৰা নাই," তেওঁ ব্যাখ্যা কৰে।

তেওঁ লগতে কয় যে আৰক্ষীৰ তদন্ত সম্পূৰ্ণ কৰাৰ পিছত ছুইচাইড নোটৰ সমল মুকলি কৰা হ'ব। ইফালে গৃহ মন্ত্ৰী বাসৱৰাজ বোম্মাই নিশ্চিত কৰে যে জিলা আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে "ছুইচাইড নোট '' ৷ তেওঁৰ ছুইচাইড নোটত কেইবাটাও সংবেদনশীল বিষয় উল্লেখ কৰিছে, যাক আৰক্ষীয়ে বিতংভাৱে তদন্ত কৰিব বিচাৰে।

একেখন জিলাৰ পৰা অহা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চি টি ৰবিয়ে কয় যে দুসপ্তাহ আগতে হোৱা কিছু সমস্যাত গৌড়াক বিচলিত হোৱা দেখা নাছিল। লগতে কয় যে, গৌড়াই এটা গুৰুতৰ সমস্যাৰ সন্মূখীন হৈ থকাৰ সময়তেই তেওঁ গৌড়াক ফোন কৰিছিল যদিও তেওঁৰ মনত কোনো হতাশা থকাৰ অনুভৱ তেওঁৰ নহ’ল । গৌড়াই কিয় এনে পদক্ষেপ ল’লে সেই বিষয়ে কোনো ধাৰণা নাই বুলি প্ৰকাশ কৰে চি টি ৰবিৰ ৷

লগতে পঢ়ক: তাঁতশালৰ ব্যৱসায়েৰে স্বাৱলম্বী বাক্সাৰ সনাতন হালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.