ETV Bharat / bharat

ধাৰৱীত পুনৰ 28 জনৰ দেহত কোভিড-19

author img

By

Published : Jun 19, 2020, 7:34 AM IST

আক্ৰান্ত সকলৰ 1 হাজাৰ 55 গৰাকী ইতিমধ্যে এই ভাইৰাছৰ পৰা মুক্ত হোৱাৰ বিপৰীতে বাকীসকলৰ চিকিৎসা অব্যাহত আছে ৷

Dharavi records 28 new COVID-19 cases
ধাৰৱীত পুনৰ 28 জনৰ দেহত কোভিড-19 পজিটিভ

নিউজ ডেস্ক, 19 জুন: মুম্বাইস্থিত এছিয়াৰ সৰ্ববৃহৎ বস্তি অঞ্চল ধাৰৱীত পুনৰ 28 জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে বস্তিটোত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা হয় 2 হাজাৰ 134 গৰাকী ৷ আক্ৰান্ত সকলৰ 1 হাজাৰ 55 গৰাকী ইতিমধ্যে এই ভাইৰাছৰ পৰা মুক্ত হোৱাৰ বিপৰীতে বাকী সকলৰ চিকিৎসা পূৰ্ণ গতিত অব্যাহত আছে ৷ মুম্বাই প্ৰশাসনে প্ৰকাশ কৰিছে এই তথ্য ৷

dharavi-records-28-new-covid-19-cases-no-fresh-death
ধাৰৱীত পুনৰ 28 জনৰ দেহত কোভিড-19 পজিটিভ

উল্লেখ্য যে, বৰ্তমানলৈকে বস্তিটোত কোভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 78 গৰাকী ৷ শেহতীয়া 24 ঘন্টাত মৃত্যু হোৱা নাই এজনো কোভিড-19 আক্ৰান্ত ৷ প্ৰায় 6 লাখ 50 হাজাৰ লোকে বসতি কৰা এই ধাৰৱীত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন ৷

লগতে পঢ়কঃ কিয় এগৰাকী কাশ্মীৰিৰ নামেৰে নামাংকন হৈছিল গালৱান ভেলীক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.