ETV Bharat / bharat

পশ্চিম বংগৰ ৰাজ্য প্ৰশাসনক সকিয়নীঃ ৰাজ্যপালৰ

পশ্চিম বংগৰ ৰাজ্যপাল জয়দ্বীপ ধানখৰৰ ৰাজ্যৰ প্ৰশাসনক সকিয়নী । লক ডাউনৰ সময়ত দৰিদ্ৰ লোকক সহায়ৰ বাবে বিজেপি সাংসদক বাধা প্ৰদান কৰা অভিযোগৰ পাচতেই ক্ষোভ ৰাজ্যপাল গৰাকীৰ ।

author img

By

Published : Apr 18, 2020, 9:52 AM IST

Dhankhar warns Bengal officials for blocking BJP MPs' activities
পশ্চিম বংগৰ ৰাজ্য প্ৰশাসনক সকিয়নীঃ ৰাজ্যপালৰ

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধানখৰে শুকুৰবাৰে ৰাজ্যৰ প্ৰশাসনৰ দ্বাৰা বিজেপিৰ সাংসদৰ কাম কাজত বাধা সৃষ্টিকাৰী ৰাজনৈতিক উদ্দেশ্য়প্ৰণোদিত পদক্ষেপৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি আৰক্ষী তথা প্ৰশাসনক ইয়াৰ গুৰুতৰ পৰিণতি সম্পৰ্কে সতৰ্ক কৰি দিয়াৰ লগতে তেওঁলোকৰ পদক্ষেপ সমূহৰ পৰ্যালোচনা কৰা হ'ব বুলি উল্লেখ কৰে ।

  • MPs have pivotal role, particularly in our fight #Covid19. Impeding their activities by district administration is serious.

    Those so engaged are in for serious consequences. Such political alignment will not be overlooked.

    State officials must disable political affinity.

    — Governor West Bengal Jagdeep Dhankhar (@jdhankhar1) April 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বিজেপিৰ ফালৰ পৰা ৰাজ্যত শাসনাধীষ্ঠ মমতা বেনাৰ্জীৰ চৰকাৰ প্ৰশাসনে বিজেপিৰ সাংসদ সকলক গৃহবন্দী কৰাৰ বাবে পুলিছ মোতায়েন কৰা এক ভয়ংকৰ পৰিকল্পনা কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পাচতেই ৰাজ্যপালগৰাকীয়ে টুইটাৰ যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশাসনক এনে কাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি দিয়ে । এই ঘটনাটোৰ বিষয়ে লোকসভা সদনতো উত্থাপন কৰা হ'ব বুলিও উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে ।

ইয়াৰ পূৰ্বেও ৰাজ্যিক বিজেপিৰ মহা সচিব চায়্যান্তন বসুৱে তৃণমূল কংগ্ৰেছৰ নেতা আৰু কাৰ্যকতাক সাহাৰ্য প্ৰদানৰ বাবে আৰক্ষীৰ দ্বাৰা লৈ অহা হৈছিল বুলি উল্লেখ কৰিছিল । কিন্তু সেই সময়ত বিজেপিৰ সাংসদ সকলক গৃহবন্দী কৰি ৰখা হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.