ETV Bharat / bharat

পি এচ এৰ অধীনত গেপ্তাৰীৰ ম্যাদ বৃদ্ধি শ্বাহ ফেছলৰ - শ্ৰীনগৰ

জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনৰ দ্বাৰা জনতা সুৰক্ষা আইন (PSA)ৰ অধীনত গ্ৰেপ্তাৰ কৰা প্ৰাক্তন আই এ এচ বিষয়া, ডাক্তৰ,ৰাজনৈতিক নেতা শ্বাহ ফেছলৰ গেপ্তাৰীৰ ম্যাদ তিনিমাহলৈ বৃদ্ধি কৰা হৈছে ।

পি এচ এৰ অধীনত গেপ্তাৰীৰ ম্যাদ বৃদ্ধি শ্বাহ ফেজলৰ

author img

By

Published : May 14, 2020, 12:42 PM IST

শ্ৰীনগৰ, 14 মে': জনতা সুৰক্ষা আইন (PSA)ৰ অধীনত গ্ৰেপ্তাৰৰ হোৱা প্ৰাক্তন আই এ এচ বিষয়া-ডাক্তৰ-ৰাজনৈতিক নেতা শ্বাহ ফেছলৰ গেপ্তাৰৰ ম্যাদ তিনিমাহলৈ বৃদ্ধি কৰা হৈছে । জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনে অৱগত কৰিছে এই কথা ।

শ্বাহ ফেছলৰ পত্নীক এই সম্পৰ্কে কোনো লিখিত পত্ৰ প্ৰেৰণ কৰা নাই যদিও ফন যোগে তেওঁক প্ৰশাসনে অৱগত কৰা বুলি জানিবলৈ দিছে ।

2019 বৰ্ষৰ আগষ্টত 370 অনুচ্ছেদ প্ৰত্যাহাৰৰ পাচত জনতা সুৰক্ষা আইন (PSA)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল ফেছলক ।

ইয়াৰ পূৰ্বে জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনে মেহবুবা মুফটি, নায়িৰ আখটাৰ, সৰতাজ মাদ্নি আৰু আলি মহম্মদ সাগৰৰো গ্ৰেপ্তাৰী ম্যাদ বৃদ্ধি কৰি ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.