নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিলঃ দিল্লীৰ মান্দোলী কাৰাগাৰৰ দুজন কাৰাবন্দীয়ে আন এজন কাৰাবন্দীৰ সৈতে মাৰপিট কৰে । শুকুৰবাৰে তিহাৰ জেলৰ বিষয়া সকলে এই বিষয়ে জানিবলৈ দিয়ে । এই ঘটনা সংঘটিত হয় ২০ এপ্ৰিলত ।
বিষয়াসকলে জানিবলৈ দিয়ে যে, সমগ্ৰ ঘটনা মোবাইলত ভিডিঅ' কৰা হৈছিল । কিন্তু কাৰ মোবাইলত ৰেকৰ্ড কৰা হৈছিল সেই বিষয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়কঃ 9গৰাকীকৈ চিআৰপিএফ কৰ'ণা ভাইৰাছত আক্ৰান্ত