ETV Bharat / bharat

COVID 19 ত আক্ৰান্ত দিল্লী কেন্সাৰ ইনস্টিটিউটৰ 18 গৰাকী কৰ্মচাৰী - COVID 19 ত আক্ৰান্ত দিল্লীৰ কেন্সৰ ইনস্টিটিউটৰ 18 গৰাকী কৰ্মচাৰী

কেন্সৰ হাস্পতালখনৰ এজন চিকিৎসক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল ৷ ফলত হাস্পতালখনৰ সকলো কৰ্মচাৰীক কোৱাৰানটাইন কৰাৰ লগতে COVID-19 ৰ পৰীক্ষা কৰা হৈছিল ৷

18 গৰাকী কৰ্মচাৰী
18 গৰাকী কৰ্মচাৰী
author img

By

Published : Apr 7, 2020, 4:14 PM IST

নিউজ ডেস্ক, 7 এপ্ৰিলঃ দিল্লীৰ ষ্টেট কেন্সাৰ ইনস্টিটিউটৰ 18 গৰাকী কৰ্মচাৰী COVID 19 ত আক্ৰান্ত হোৱাৰ পাছতে কেন্সাৰ হাস্পতালখন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে দিল্লী চৰকাৰে ৷ 18 গৰাকী কৰ্মচাৰীক ইতিমধ্যে ৰাজীৱ গান্ধী হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ লগতে কেন্সাৰ ইন্সটিটিউতখনৰ চাৰিওদিশ চেনিটাইজ কৰাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে ৷

উল্লেখ্য যে, প্ৰায় 10 দিন পূৰ্বে কেন্সৰ হাস্পতালখনৰ এজন চিকিৎসক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল ৷ ফলত হাস্পতালখনৰ সকলো কৰ্মচাৰীক কোৱাৰেণটাইন কৰাৰ লগতে সম্পূৰ্ণ পৰীক্ষা-নিৰিক্ষা কৰা হৈছিল ৷ পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পাছতে উক্ত চিকিৎসক জনৰ লগতে 18 গৰাকী কৰ্মচাৰীৰ শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি নিশ্চিত হয় ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.