নেশ্যনেল ডেস্ক, ২০ জুন : আগন্তুক ২৪ জুনত ৰাছিয়াত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বিশ্বযুদ্ধৰ সেনা পেৰেডৰ ৭৫ সংখ্যক জয়ৰ বৰ্ষপূৰ্তিত ভাগ ল'বলৈ সোমবাৰে ৰাছিয়ালৈ ৰাওনা হ'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ।
![মস্কো বিজয়ী দিৱসৰ পেৰেডত ভাগ ল'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:11:39:1592656899_ssssssss_2006newsroom_1592647673_65.jpg)
আনহাতে,শুকুৰবাৰে ভাৰতীয় সুৰক্ষা বলৰ ত্ৰি-সেৱাৰ দল এটি ২৮ জুনৰ পেৰেডৰ বাবে মস্কোলৈ ৰাওনা হয় । ৰাছিয়াৰ TASS বাতৰি সংস্থাই জনোৱা মতে, শেহতীয়া কৰ'ণা মহামাৰীৰ বাবে ৯ মে হ'বলগীয়া এই সেনা পেৰেড ২৪ জুনলৈ স্থগিত ৰখা হয় ।
লগতে পঢ়ক : গোলাঘাটৰ সৰুপথাৰত থকা ৰেচম কেন্দ্ৰত উৎপাদন ক্ষমতা হ্ৰাস