ETV Bharat / bharat

বিষয় কেবঃকেৰেলা চৰকাৰৰ স্থিতিক আদৰণি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে কেৰেলাৰ মুখ্যমন্ত্ৰীৰ স্থিতিক আদৰণি অসম প্ৰদেশ কংগ্ৰেছৰ দলপতি দেবব্ৰত শইকীয়াৰ,কেব সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ আবেগক প্ৰাধান্য দিয়া উচিত বুলি মন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতিজনে

author img

By

Published : Dec 13, 2019, 11:25 PM IST

কেৰেলা চৰকাৰৰ স্থিতিক আদৰণি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ
বিষয়ঃকেব

নতুন দিল্লী,13 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে সৰ্বত্ৰে বৰ্তমানেও প্ৰতিবাদ অব্যাহত আছে ৷ ইয়াৰ মাজতে কেৰেলা চৰকাৰে কেব সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰে ৷ চৰকাৰখনে প্ৰকাশ কৰা এই স্থিতিক অসম প্ৰদেশ কংগ্ৰেছৰ দলপতি দেবব্ৰত শইকীয়াই আদৰণি জনাইছে ৷ লগতে কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ আবেগক প্ৰাধান্য দিয়া উচিত বুলি মন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতিজনে ৷ ‘1971 চনৰ 25 মাৰ্চলৈ অসমলৈ অহা বিদেশীখিনিক ভাৰতীয় নাগৰিকত্ব প্ৰদানক আমি স্বাগতম জনাইছো ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে ইয়াক সলনি কৰি 31 ডিচেম্বৰ 2014 কৰা কাৰ্যক আমি কোনোপধ্যে মানিব নোৱাৰো’ বুলি কয় শইকীয়াই ৷ দেবব্ৰত শইকীয়াই শুকুৰবাৰে দেশৰ ৰাজধানী চহৰ দিল্লীত কেবৰ বিৰুদ্ধে অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত কেবৰ বিৰোধিতাৰে শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৷

বিষয়ঃকেব

ইফালে দিল্লীত থকা উত্তৰ-পূৰ্বাঞ্চলৰ লোক বিশেষকৈ অসমীয়া ভাষীৰ সৈতে ই টিভিৰে হোৱা এক সাৎক্ষাকাৰত প্ৰতিবাদকাৰীসকলে কেব গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰে ৷ ‘আমি কেতিয়াও কেব গ্ৰহণ নকৰো ৷ এয়া আমাৰ সংবিধানৰ পৰিপন্থী নহয়, ইয়ে অসমৰ শান্তি বিঘ্নিত কৰিছে’ বুলি প্ৰতিবাদকাৰীসকলে আক্ষেপেৰে কয় ৷

স্মৰ্তব্য যে, বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নাগৰিকত্ব সংশোধনী বিলখনত স্বাক্ষৰ কৰি ইয়াক আইনত পৰিণত কৰে ৷

বিষয়ঃকেব

লগতে চাওকঃসান্ধ্য আইন বাহাল যদিও উন্নত হৈছে গুৱাহাটীৰ পৰিস্থিতি

Intro:New Delhi: Congress Legislative Party (CLP) leader in the Assam Assembly Debabrata Saikia on Friday welcomed Kelara Chief Minister's stand over Citizenship Amendment Bill (CAB).

Body:"We welcome the decision taken by the Kerala Chief Minister speaking against CAB," said Debabrata Saikia.

Kelara has opposed to the CAB.

Government of India must recognise the sentiments of the people of Assam, said Saikia.

"We were happy to welcome the people who came to Assam prior to March 25, 1971 as an India citizen but how come the government give the fresh date of December 31, 2014," said Saikia.

Conclusion:Saikia took part in a protest rally against CAB held in the national capital.

Hundreds of anti-CAB supporters on Friday came to the street opposing CAB.

Interestingly, President Ram Nath Kovind on Thursday signed the bill recognising the CAB.

end.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.