নিউজ ডেস্ক,17 জুলাই: দক্ষিণ মুম্বাইৰ দোংগ্ৰিত বুধবাৰে অট্টালিকা খহি পৰা ঘটনাত মৃতকৰ সংখ্যা 14 জনলৈ বৃদ্ধি পাইছে ৷ NDRFএ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ এই পৰ্যন্ত ছয় গৰাকী পুৰুষ,চাৰি গৰাকী মহিলা আৰু তিনিটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷
NDRFএ ওৰে নিশা উদ্ধাৰ অভিযান চলাইছে যদিও এই পৰ্যন্ত কিমান লোক ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ আছে তাৰ অনুমান কৰিব পৰা হোৱা নাই ৷
-
#WATCH National Disaster Response Force (NDRF) carries out search operation with the help of sniffer dogs, at Kesarbhai building collapse site in Mumbai. pic.twitter.com/DAW5js9lCr
— ANI (@ANI) July 17, 2019 " class="align-text-top noRightClick twitterSection" data="
">#WATCH National Disaster Response Force (NDRF) carries out search operation with the help of sniffer dogs, at Kesarbhai building collapse site in Mumbai. pic.twitter.com/DAW5js9lCr
— ANI (@ANI) July 17, 2019#WATCH National Disaster Response Force (NDRF) carries out search operation with the help of sniffer dogs, at Kesarbhai building collapse site in Mumbai. pic.twitter.com/DAW5js9lCr
— ANI (@ANI) July 17, 2019
উল্লেখ্য যে অট্টালিকতোৰ তলৰ মহলাত এখন খাদ্য সামগ্ৰীৰ দোকান আছিল আৰু তাত কেইগৰাকী লোক আছিল সেয়া জানিব পৰা হোৱা নাই ৷ ইফালে এই ঘটনাত নিহত লোকসকলৰ পৰিয়াললৈ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে 5 লাখকৈ এককালীন সাহাৰ্য ঘোষণা কৰিছে ৷