ETV Bharat / bharat

অসুস্থতাৰ বাবে ডালাই লামাক চিকিৎসালয়ত ভৰ্তি - ETV BHARAT

তিব্বতীয় ধৰ্ম গুৰু ডালাই লামাক মঙ্গলবাৰে অসুস্থতাৰ বাবে নতুন দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ সোমবাৰে নতুন দিল্লীত বিশ্বৰ যুৱ নেতাসকলৰ সৈতে এক আলোচনাচক্ৰত অংশগ্ৰহণ কৰি ধৰমশালালৈ ঘূৰি যাওঁতেই অসুস্থতাৰ উমান পাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

DALAI LAMA
author img

By

Published : Apr 10, 2019, 11:22 AM IST

নিউজ ডেস্ক, 10 এপ্ৰিল: তিব্বতীয় ধাৰ্মিক গুৰু ডালাই লামাক নতুন দিল্লীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত অসুস্থতাৰ বাবে ভৰ্তি কৰোৱা হৈছে ৷ তেওঁৰ ব্যক্তিগত সচিব তানজিন তাকলহাই মঙ্গলবাৰে জানিবলৈ দিয়া অনুসৰি বুকুৰ বিষ তথা সংক্ৰমণৰ বাবে ডালাই লামাক প্ৰায় 3 দিনৰ বাবে চিকিৎসাধীন কৰা হৈছে ৷ লগতে তেওঁ জানিবলৈ দিয়া মতে ধৰ্মীয় গুৰুজনৰ স্বাস্থ্য বৰ্তমান সংকটমুক্ত ৷ সোমবাৰে নতুন দিল্লীত বিশ্বৰ যুৱ নেতাসকলৰ সৈতে এক আলোচনাচক্ৰত অংশগ্ৰহণ কৰি ধৰমশালালৈ ঘূৰি যাওঁতেই অসুস্থতাৰ উমান পাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

ETV BHARAT
DALAI LAMA

উল্লেখ্য যে, 1989 চনত ডালাই লামাক শান্তিৰ ন'বেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল ৷ 1959 চনৰ চীন বিদ্ৰোহৰ পাছত দেশান্তৰকৰণ হৈ ডালাই লামা ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেতিয়াৰে পৰা তেওঁ হিমাচল প্ৰদেশৰ ধৰমশালাত বাস কৰি আহিছে ৷

DALAI LAMA ADMITTED TO A DELHI HOSPITAL

অসুস্থতাৰ বাবে ডালাই লামাক চিকিৎসালয়ত ভৰ্তি

নিউজ ডেস্ক, 10 এপ্ৰিল: তিব্বতীয় ধাৰ্মিক গুৰু ডালাই লামাক নতুন দিল্লীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত অসুস্থতাৰ বাবে ভৰ্তি কৰোৱা হৈছে ৷ তেওঁৰ ব্যক্তিগত সচিব তানজিন তাকলহাই মঙ্গলবাৰে জানিবলৈ দিয়া অনুসৰি বুকুৰ বিষ তথা সংক্ৰমণৰ বাবে ডালাই লামাক প্ৰায় 3 দিনৰ বাবে চিকিৎসাধীন কৰা হৈছে ৷ লগতে তেওঁ জানিবলৈ দিয়া মতে ধৰ্মীয় গুৰুজনৰ স্বাস্থ্য বৰ্তমান সংকটমুক্ত ৷ সোমবাৰে নতুন দিল্লীত বিশ্বৰ যুৱ নেতাসকলৰ সৈতে এক আলোচনাচক্ৰত অংশগ্ৰহণ কৰি ধৰমশালালৈ ঘূৰি যাওঁতেই অসুস্থতাৰ উমান পাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ 

উল্লেখ্য যে, 1989 চনত ডালাই লামাক শান্তিৰ ন'বেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল ৷ 1959 চনৰ চীন বিদ্ৰোহৰ পাছত দেশান্তৰকৰণ হৈ ডালাই লামা ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেতিয়াৰে পৰা তেওঁ হিমাচল প্ৰদেশৰ ধৰমশালাত বাস কৰি আহিছে ৷ 
dalai_lama_march02.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.