- গুজৰাট আহিব পাৰে ভয়ংকৰ ঘূৰ্ণী বতাহ ‘বায়ু’
- আৰৱ সাগৰৰ পৰা উৎপন্ন এই ঘূৰ্ণী বতাহ ‘বায়ু’
- বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি 24 ঘন্টাৰ ভিতৰত ধুমুহা অধিক তীব্ৰতৰ হৈ উঠিব পাৰে
- ঘন্টাত 115 ৰ পৰা 130 কিলোমিটাৰ বেগেৰে বলাৰ সম্ভাৱনা এই ঘূৰ্ণী বতাহ
- ৰাজ্যখনত হাই এলাৰ্ট জাৰী গুজৰাট চৰকাৰৰ
- ধুমুহাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক
- সষ্টম হৈ উঠিছে ভাৰতীয় বায়ু সেনা বাহিনীও
- প্ৰায় 10 খন জিলাত দুদিনলৈ বন্ধ ৰাখিছে স্কুল কলেজ ৰাজ্য় চৰকাৰে
- পৰ্যটক সকলক ওভতি যাবলৈ অনুৰোধ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ
- বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ সাজু এন ডি আৰ এফ বাহিনী
ঘূৰ্ণী বতাহ ‘বায়ু’ৰ বাবে গুজৰাটত হাই এলাৰ্ট - NDRF
13 জুনত দেশৰ গুজৰাটতো বলিব পাৰে ভয়ংকৰ ঘূৰ্ণী বতাহ ‘বায়ু’ ৷ ইতিমধ্যে ৰাজ্যখনত জাৰী কৰা হৈছে হাই এলাৰ্ট ৷

etv bharat
- গুজৰাট আহিব পাৰে ভয়ংকৰ ঘূৰ্ণী বতাহ ‘বায়ু’
- আৰৱ সাগৰৰ পৰা উৎপন্ন এই ঘূৰ্ণী বতাহ ‘বায়ু’
- বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি 24 ঘন্টাৰ ভিতৰত ধুমুহা অধিক তীব্ৰতৰ হৈ উঠিব পাৰে
- ঘন্টাত 115 ৰ পৰা 130 কিলোমিটাৰ বেগেৰে বলাৰ সম্ভাৱনা এই ঘূৰ্ণী বতাহ
- ৰাজ্যখনত হাই এলাৰ্ট জাৰী গুজৰাট চৰকাৰৰ
- ধুমুহাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক
- সষ্টম হৈ উঠিছে ভাৰতীয় বায়ু সেনা বাহিনীও
- প্ৰায় 10 খন জিলাত দুদিনলৈ বন্ধ ৰাখিছে স্কুল কলেজ ৰাজ্য় চৰকাৰে
- পৰ্যটক সকলক ওভতি যাবলৈ অনুৰোধ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ
- বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ সাজু এন ডি আৰ এফ বাহিনী
Cyclone Vayu to make landfall in Gujarat tomorrow
গুজৰাটত ঘূৰ্ণী বতাহ ‘বায়ু’ৰ বাবে হাই এলাৰ্ট জাৰী
13 জুনত গুজৰাটত বলিব পাৰে ভয়ংকৰ ঘূৰ্ণী বতাহ ‘বায়ু’ ৷
আৰব সাগৰৰ পৰা উৎপন্ন এই ঘূৰ্ণী বতাহ ‘বায়ু’ ৷
বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি 24 ঘন্টাৰ ভিতৰত ধুমুহা অধিক তীব্ৰতৰ হৈ উঠিব পাৰে ৷
ঘন্টাত 115 ৰ পৰা 130 কিলোমিটাৰ বেগেৰে বলাৰ সম্ভাৱণা এই ঘূৰ্ণী বতাহ ৷
ইতিমধ্যে, গুজৰাট চৰকাৰে ৰাজ্যখনত হাই এলাৰ্ট জাৰী কৰিছে ৷
ধুমুহাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শাহৰ বৈঠক ৷
লগতে, সষ্টম হৈ উঠিছে ভাৰতীয় সেনা বাহিনীও ৷
প্ৰায় 10 খন জিলাত স্কুল কলেজ দুদিনলৈ বন্ধ ৰাখিছে কৰ্তৃপক্ষই ৷
পৰ্যটক সকলক ওভতি যাবলৈ অনুৰোধ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ ৷
বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ সাজু এনডিআৰএফ বাহিনী ৷

Last Updated : Jun 12, 2019, 4:15 AM IST