নতুন দিল্লী, 10 আগষ্টঃ
শনিবাৰে দিনৰ 11 বজাৰ পৰা নতুন দিল্লীৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিতিৰ মুখ্য কাৰ্যালয়ত শীৰ্ষ কংগ্ৰেছ নেতাৰ বৈঠক
ৰাহুল গান্ধীৰ পদত্যাগৰ পাছত খালী হৈ থকা কংগ্ৰেছ কাৰ্যনিবাহক কমিটিৰ ( CWC) অধ্যক্ষ পদ পূৰ কৰাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত
আলোচনা হ'ব বিগত লোকসভা নিৰ্বাচনত হোৱা ভুল-ভ্ৰান্তি আৰু অনাগত সময়ৰ দলীয় কৰ্মসূচী
পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দ্ৰৰ সিঙে যুৱ নেতাক দলৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰিব লাগে বুলি মন্তব্য
মুম্বাইৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মিলিন্দ দেওড়াই জ্যোতিৰাদিত্য স্কিনডিয়া অথবা শচীন পাইলটক দলৰ দায়িত্ব লব'লৈ পৰামৰ্শ আগবঢ়ায়
আনহাতে শশী থাৰুকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাই অন্তৱৰ্তীকালীন হিচাপে হ'লেও অতি সোনকালে সভাপতি পদ পূৰ কৰিবলৈ আহ্বান জনাইছে