ETV Bharat / bharat

নয়দাত আৰক্ষী-অপৰাধীৰ সংঘাতঃ এজনক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশৰ নয়দাত আৰক্ষীৰ সৈতে হোৱা মুখামুখি হোৱাৰ পিচত এগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ তেওঁৰ পৰা এটা অবৈধ মাৰাণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

Criminal held after shootout with police in Noida
নয়ডাত আৰক্ষী-অপৰাধীৰ সংঘাতঃ এজনক গ্ৰেপ্তাৰ
author img

By

Published : Oct 21, 2020, 8:29 PM IST

নিউজ ডেস্ক, 21 অক্টোবৰ : উত্তৰ প্ৰদেশৰ নয়দাত আৰক্ষীৰ সৈতে মুখামুখি হোৱাৰ পিচতে এগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য ৷

উল্লেখ্য যে, মঙলবাৰে নিশা ছেক্টৰ 34 মেট্ৰ' ষ্টেচনৰ ওচৰত এক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ৷ এখন নম্বৰ প্লেট বিহীন স্কুটাৰৰে চলাইছিল আক্ৰমণ ৷ কিন্তু আৰক্ষী উপস্থিত হোৱাৰ আগতে ঘটনাস্থলীৰ পৰা অভিযুক্ত পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷ নয়দাৰ অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত ৰণবিজয় সিঙে প্ৰকাশ কৰিছে তথ্য ৷

লগতে পঢ়ক : মছজিদলৈ ৰূপান্তৰিত মুম্বাইৰ গ্ৰাণ্ট ৰোড বেশ্যালয় ভৱন

আনকি, ঘটনাস্থলীত আৰক্ষীয়ে আটক কৰিবলৈ চেষ্টা কৰা চালকজনে আৰক্ষীৰ ওপৰত প্ৰতি আক্ৰমণ চলায় ৷ উক্ত ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল এগৰাকী অভিযুক্তও ৷ ইতিমধ্যে, আঘাতপ্ৰাপ্ত অভিযুক্ত গৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় । তেওঁক হাপুৰ জিলাৰ স্থানীয় অভয় ওৰফে প্ৰিন্স (22) বুলি চিনাক্ত কৰা হৈছে ৷

উল্লেখ্য যে, অভিযুক্ত গৰাকীৰ বিৰুদ্ধে বিভিন্ন জিলাত চোৰ আৰু ডকাইতিৰ গোচৰ ৰুজু হৈ আছে ৷ শেহতীয়াকৈ নয়দাৰ পৰা চুৰি হোৱা স্কুটাৰখন জব্দ কৰাৰ সময়ত তেওঁৰ পৰা এটা অবৈধ মাৰাণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : পূৰ্বৰ পৰাজয়ৰ পোটক তোলাৰ লক্ষ্যৰে আজি বেংগালুৰৰ বিৰুদ্ধে কলকাতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.