ETV Bharat / bharat

তবলিগী জামাতৰ প্ৰধান মৌলানাক কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ ক্ৰাইম ব্ৰাঞ্চৰ

দিল্লীৰ তবলিগী জামাতত অংশ গ্ৰহণ কৰা প্ৰধান মৌলানা ছাদক কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিল্লী ক্ৰাইম ব্ৰাঞ্চৰ । কৰ'ণা ভাইৰাছৰ পৰীক্ষা সম্পূৰ্ণ কৰাৰ পাচতহে মৌলানা গৰাকীক ঘটনা সন্দৰ্ভত সোধপোছ কৰিব বুলি জানিবলৈ দিয়ে দিল্লী ক্ৰাইম ব্ৰাঞ্চে ।

তবলিগী জমাতৰ প্ৰধান মৌলানাক কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ ক্ৰাইম ব্ৰাঞ্চৰ

author img

By

Published : Apr 20, 2020, 5:21 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ তবলিগী জামাতৰ প্ৰধান মৌলানা ছাদক কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে ক্ৰাইম ব্ৰাঞ্চে। তাৰ পাচতে তবলিগী জামাত সন্দৰ্ভত মৌলানা গৰাকীৰ সৈতে বাৰ্তালাপ কৰিব বুলি সদৰী কৰে দিল্লী ক্ৰাইম ব্ৰাঞ্চে ।

উল্লেখ্য যে,তবলিগী জামাতত অংশ গ্ৰহণ কৰিছিল প্ৰায় ৯ হাজাৰ ব্য়ক্তিয়ে । তাৰ ভিতৰত ২,৩৬১ জনতকৈ অধিক ব্যক্তিক ইতিমধ্যে কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰা হৈছে । পৰীক্ষাৰ অন্তত বৰ্তমান জমাতত অংশ গ্ৰহণ কৰা ১১০০ জন ব্যক্তিৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত বুলি সদৰী কৰে । আনহাতে জামাতত অংশ গ্ৰহণ কৰা বহু কেইজন ব্যক্তি ইতিমধ্যে ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ।

ঘটনা সন্দৰ্ভত ৩১ মাৰ্চত দিল্লী ক্ৰাইম ব্ৰাঞ্চে তবলিগী জামাতৰ প্ৰধান মৌলনা ছাদকে ধৰি অন্য় ছয় জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । লক ডাউন উলংঘা কৰি ধৰ্মীয় অনুষ্ঠানত বহু সংখ্যক লোক একগোট হোৱা বাবেই গোচৰ ৰুজু কৰে ব্যক্তিকেইজনৰ বিৰুদ্ধে ।

লগতে চাওকঃ সাংবাদিকৰ দেহত কৰ'ণা ভাইৰাছ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.