ETV Bharat / bharat

ভাৰতত ক’ভিড19ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 47 লাখৰ ঘৰ

author img

By

Published : Sep 13, 2020, 12:31 PM IST

ভাৰতৰ ক’ভিড-19ত আক্ৰান্তৰ শেহতীয়া তথ্য...

COVID19 tally in India breaches 47-lakh mark
ভাৰতত ক’ভিড19ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 47 লাখৰ ঘৰ

নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ: দেওবাৰৰ দিনটোত ভাৰতত নতুনকৈ 94,372 গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হৈছে ৷ ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 47 লাখৰ ঘৰ ৷ আনহাতে, এই পৰ্যন্ত 37,02,595 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ সৈতে আৰোগ্যৰ হাৰ 77.88 শতাংশলৈ বৃদ্ধি পাইছে ৷

দেওবাৰে পুৱা 8 বজালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, এই পৰ্যন্ত ভাৰতত ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 47,54,356 গৰাকীকৈ আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 78,586 গৰাকীলৈ ৷

আনহাতে, দেশখনত বৰ্তমানো 9,73,175 গৰাকী ক’ভিড-19ত আক্ৰান্ত সক্ৰিয় হৈ আছে ৷ ইয়াৰ লগে লগে সক্ৰিয় হোৱা ৰোগীৰ হাৰ 20.47 শতাংশলৈ বৃদ্ধি পাইছে ৷

ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে জনোৱা মতে, শনিবাৰৰ দিনটোত 5,62,60,928 গৰাকী লোকে ক’ভিড-19 পৰীক্ষা সম্পন্ন কৰে ৷ ইয়াৰ ভিতৰত 10,71,702 গৰাকীৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷

লগতে পঢ়ক: বিহাৰত পেট্ৰ’লিয়াম খাদৰ তিনিটা প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.