নিউজ ডেস্ক,13 এপ্ৰিলঃ কৰ'ণা ভাইৰাচত ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা সোমবাৰে 308 লৈ বৃদ্ধিপায় । আনহাতে COVID-19 পজিটিভ কেচে 9000 ৰ ঘৰ অতিক্ৰম কৰে । স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ।
![COVID-19 positive cases in India crosses 9000](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6770965_n.jpg)
বৰ্তমানে ভাৰতত 7987 টা COVID-19ৰ এক্টিভ কেচ আছে আৰু 856 জনক ঘৰলৈ যাবলৈ দিয়া হৈছে ।