ETV Bharat / bharat

কোনখন ৰাজ্যত কিমান বৃদ্ধি পালে COVID-19 আক্ৰান্তৰ সংখ্যা ! - কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰণালয়

কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰণালয় অনুসৰি সমগ্ৰ দেশজুৰি মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে মুঠ ৯,৩৬,১৮১ গৰাকী । আনহাতে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৪,৩০৯ গৰাকী লোকৰ ।

COVID-19
COVID-19
author img

By

Published : Jul 15, 2020, 4:17 PM IST

নিউজ ডেস্ক, ১৫ জুলাইঃ দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী কৰ'ণা সংক্ৰমণৰ প্ৰকোপ । বুধবাৰ পৰ্যন্ত সমগ্ৰ দেশজুৰি কৰ'ণাত আক্ৰান্তৰ সংখ্যা হৈছে ৯,৩৬,১৮১ গৰাকী লোক । আনহাতে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৪,৩০৯ গৰাকী লোকৰ । তাৰোপৰি বৰ্তমান পৰ্যন্ত ৩,১৯.৪৮০ গৰাকী ব্যক্তিৰ দেহত এই মাৰাত্ম ভাইৰাছ সক্ৰিয় হৈ থকা বুলি সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰণালয়ে । আনহাতে, দেশৰ ভিতৰত কৰ'ণাত আক্ৰান্ত হৈ ক্ষতিগ্ৰস্ত হোৱা শীৰ্ষৰ ৰাজ্য তিনিখন হৈছে ক্ৰমে, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লী ।

COVID-19
কোনখন ৰাজ্যত কিমান বৃদ্ধি পালে COVID-19 আক্ৰান্তৰ সংখ্যা

মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈছে ২,৬৭,৬৬৫ গৰাকী লোক । তাৰ ভিতৰত ১,০৭,৬৬৫ গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,৪৯,০০৭ গৰাকী লোক । আনহাতে,এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০,৬৯৫ গৰাকীৰ ।

তামিলনাডুত বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈছে মুঠ ২,৪৭,৩২৪ গৰাকী লোক । তাৰ ভিতৰত ৪৭,৯১৫ গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৯৭,৩১০ গৰাকী লোক । আনহাতে,এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ২,০৯৯ গৰাকীৰ ।

দিল্লীত বৰ্তমান পৰ্যন্ত কৰ'ণাত আক্ৰান্ত হৈছে মুঠ ১,১৫,৩৪৬ গৰাকী লোক । তাৰ ভিতৰত ১৮,৬৬৪ গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৯৩,২৩৬ গৰাকী লোক । আনহাতে,এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩,৪৪৬ গৰাকীৰ ।

লগতে চাওকঃ ব্ৰহ্মপুত্ৰৰ পানীত ডুব গ'ল লক্ষ্মী-নাৰায়ণৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.