ETV Bharat / bharat

ভাৰতৰ কৰ'ণা ভাইৰাছৰ শেহতীয়া অৱস্থিতি !

author img

By

Published : May 12, 2020, 2:25 PM IST

দেশত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ বিভীষিকা । ভাৰতত বৰ্তমান ৭০ হাজাৰলৈ অতিক্ৰম কৰ'ণা আক্ৰান্তৰ সংখ্যা ।

COVID-19 India tracker: State-wise report

নিউজ ডেস্ক, ১২ মে': বিশ্বৰ লগতে ভাৰতবৰ্ষ এতিয়া কৰ'ণা ভাইৰাছত ত্ৰস্তমান । ভাৰতত দিনক-দিনে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত আৰু মৃতকৰ সংখ্য়া । বৰ্তমানলৈকে ভাৰতবৰ্ষত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে ৭১,২৬৮ গৰাকী ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা তথ্য অনুসৰি পুৱা ৮ বজালৈ মুঠ আক্ৰান্তৰ সংখ্যা আছিল ৭০,৭৫৬ গৰাকী । আনহাতে মৃত্যু মুখত পৰিছিল ২,২৯৩ জন । কিন্তু ১২ বজালৈ এই পৰিসংখ্যাত বৃদ্ধি হোৱা দেখা পোৱা গৈছে । বৰ্তমানে ৭১,২৬৮ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে ২৩১০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । আনহাতে বৰ্তমানো সক্ৰিয় হৈ আছে ৪৫,৯২৬ টা ঘটনা । ভাৰতত এতিয়া লৈ আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ২৩,০২৮ গৰাকী লোকে ।

8 বজালৈ ভাৰতৰ কৰ'ণা ভাইৰাছৰ শেহতীয়া অৱস্থিতি

ভাৰতৰ ভিতৰতেই সৰ্বাধিক প্ৰভাৱিত ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ । ৰাজ্যখনত ২৩,৪০১ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৮৬৮ গৰাকী লোকৰ । ইয়াৰ পাচতেই দ্বিতীয় সৰ্বাধিক প্ৰভাৱিত ৰাজ্যখন হৈছে গুজৰাট । গুজৰাটত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পাই হৈছে ৮৫৪১ গৰাকী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.