নিউজ ডেস্ক, 4 এপ্ৰিল : ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে ভাৰতত কৰ'ণা আক্ৰান্ত হৈছে সৰ্ব মুঠ 2,784 গৰাকী লোক ৷
স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটত প্ৰকাশ কৰা অনুসৰি 4 এপ্ৰিলৰ সন্ধিয়া 6 বজালৈকে 2,784 গৰাকী লোক কভিড-19 ত আক্ৰান্ত হৈছে আৰু ইয়াৰে 75 গৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক 490 গৰাকী আৰু তামিলনাডুত 411 গৰাকী লোক আকাৰন্ত হৈছে কৰ'ণাত ৷
লগতে পঢ়ক : কৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ