ETV Bharat / bharat

24 ঘন্টাত দেশত ক'ৰণা আক্ৰান্ত 24,712 জন

যোৱা 24 ঘন্টাত দেশত ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা 24,712 জন বিপৰীতে ক'ৰণাত মৃত্যু হোৱা লোকৰ সংখ্যা মাত্ৰ 312 জন ৷ ICMR ৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে ১৬,৫৩,০৮,৩৬৬ টা কভিড টেষ্ট কৰা হৈছে ৷

COVID-19: India records 24,712 new cases
24 ঘন্টাত দেশত ক'ৰণা আক্ৰান্ত 24,712 জন
author img

By

Published : Dec 24, 2020, 1:46 PM IST

নিউজ ডেস্ক, 24 ডিচেন্বৰ: দেশত ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা ৷ যোৱা 24 ঘন্টাত দেশত ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা 24,712 জন বিপৰীতে ক'ৰণাত মৃত্যু হোৱা লোকৰ সংখ্যা মাত্ৰ 312 জন ৷

ইয়াৰ লগে লগে দেশ ক'ৰণাত মুঠ আক্ৰান্ত লোকৰ সংখ্যা হলগৈ 1,03,23,778 হোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা 1,46,756 জন ৷ ইয়াৰ সমান্তৰালভাৱে কৰণা পৰা মুক্তি লাভ কৰা ৰোগী সংখ্যা হৈছে 96,93,173 জন ৷

ICMR ৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে ১৬,৫৩,০৮,৩৬৬ টা কভিড টেষ্ট কৰা হৈছে ৷ যোৱা 24 ঘন্টাত ১০,৩৯,৬৪৫ টা কভিড নমুনা পৰীক্ষা কৰা হৈছে বুলি তথ্য প্ৰকাশ কৰিছে ICMR য়ে ।

লগতে পঢ়ক: 16 বছৰীয়া কিশোৰীক যৌন কৰ্মী হ'বলৈ বাধ্য কৰালে মাহীয়েকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.