ETV Bharat / bharat

কোভিড-19ৰ প্ৰভাৱঃ 70 শতাংশ দৰমহা কৰ্তন কৰিব ওড়িশাৰ জনপ্ৰতিনিধিৰ

author img

By

Published : Apr 1, 2020, 1:15 PM IST

লক ডাউনে পেলোৱা অৰ্থনৈতিক প্ৰভাৱৰ বাবে ওড়িশা চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । এই সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীকে ধৰি সকলো জনপ্ৰনিধিৰে এমাহৰ দৰমহাৰ পৰা 70 শতাংশ ধন কৰ্তন কৰা হ'ব ।

কোভিড-19ৰ প্ৰভাৱঃ 70 শতাংশ দৰমহা কৰ্তন কৰিব ওড়িশাৰ জনপ্ৰতিনিধিৰ
কোভিড-19ৰ প্ৰভাৱঃ 70 শতাংশ দৰমহা কৰ্তন কৰিব ওড়িশাৰ জনপ্ৰতিনিধিৰ

নিউজ ডেস্ক,1 এপ্ৰিলঃ কৰ'ণা ভাইৰাচে পেলোৱা অৰ্থনৈতিক প্ৰভাৱৰ বাবে ওড়িশা চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । এই সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীকে ধৰি সকলো জনপ্ৰধিনিৰে এমাহৰ দৰমহাৰ পৰা 70 শতাংশ ধন কৰ্তন কৰা হ'ব । লক ডাউনৰ সময়ত পৰা অৰ্থনৈতিক প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ এই সিদ্ধান্ত লোৱা হৈছে ।

মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, জিলাপঞ্চায়ত সমূহৰ সচিব আৰু জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত সকলো চৰকাৰী সেৱকৰ পৰাই এই দৰমহা কৰ্তন কৰা হ'ব । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এক বিবৃতি প্ৰকাশ কৰি এই কথা জনোৱা হৈছে ।

ইয়াৰ ওপৰিও ভাৰতীয় প্ৰশাসনিক সেৱাত জৰিত আই এ এচ, আই পি এচ, আই এফ এচ আদি বিষয়াৰ পৰাও 50 শতাংশ দৰমহা কৰ্তন কৰা হ'ব বুলি বিবৃতিটোত উল্লেখ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.