ETV Bharat / bharat

কভিড-19ঃ দিল্লীত ১০০ CAPF কোম্পানী মোতায়ন - দিল্লী

মহামাৰী COVID-19 বাবে দেশজুৰি চলা লক ডাউনৰ সময়ত আইন শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যৰে দিল্লীত ১০০ CAPF কোম্পানীৰ মোতায়েন কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ ৷

COVID-19
COVID-1: দিল্লীত ১০০ CAPF কোম্পানী মোতায়ন
author img

By

Published : Apr 2, 2020, 6:45 PM IST

Updated : Apr 2, 2020, 9:24 PM IST

নিউজ ডেস্ক, ২ এপ্ৰিলঃ বৃহস্পতিবাৰে এক শীৰ্ষ বিষয়াৰ খবৰ অনুসৰি, মহামাৰী COVID-19 বাবে দেশজুৰি চলা লক ডাউনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবেই দিল্লীত ১০০ CAPF কোম্পানীৰ সংখ্যা বঢ়াই দিয়া হৈছে ।

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বুধবাৰে নিৰ্দেশ প্ৰদান কৰে যে, লক ডাউনৰ সময়ত আইন শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশেৰে কোম্পানীমূহত ১০,০০০ সৈনিক বৃদ্ধি কৰিব লাগে ।

উল্লেখ্য যে, এটা কেন্দ্ৰীয় Armed Police Force company ত ১০০ কৰ্মীৰ পৰিচালনা ক্ষমতা থাকে ।

আনহাতে, এই ১০০ কোম্পানীত অন্তৰ্ভুক্ত হৈ আছে চি আৰ পি এফ, (Central Reserve Police Force 41), আৰ এ এফ (Rapid Action Force 7), বি এছ এফ (Border Security Force 17), চি আই এছ এফ (Central Industrial Security Force 6), এছ এছ বি (Sashastra Seema Bal 16)আৰু আই টি বি পি (Indo-Tibetan Border Police 13)

Last Updated : Apr 2, 2020, 9:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.