ETV Bharat / bharat

আজি দেশৰ চাৰি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা

author img

By

Published : May 23, 2019, 8:35 AM IST

আৰম্ভ হ'ল অন্ধ্ৰপ্ৰদেশ,অৰুণাচল প্ৰদেশ,ওড়িশা আৰু চিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷

আজি দেশৰ চাৰি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা

নিউজ ডেস্ক, 23 মে': লোকসভা নিৰ্বাচনৰ লগতে আজি দেশৰ চাৰি ৰাজ্যত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ বৃহস্পতিবাৰে ঘোষণা হ'ব অন্ধ্ৰপ্ৰদেশ,অৰুণাচল প্ৰদেশ,ওড়িশা আৰু চিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷

পুৱা 8 বজাৰ লগে-লগে আৰম্ভ হৈছে চাৰিওখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া ৷ অন্ধ্ৰপ্ৰদেশৰ 175 টা বিধাসভা সমষ্টিত 11 এপ্ৰিলত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন ৷ অৰুণাচল প্ৰদেশৰ 60 টা বিধানসভা সমষ্টিত 11এপ্ৰিলত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন ৷ ওড়িশাৰ 146 টা বিধানসভা সমষ্টিত চাৰিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিধানসভাৰ নিৰ্বাচন ৷ ঠিক একেদৰে চিকিমৰ 32 টা বিধানসভা সমষ্টিত 7 টা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিধানসভাৰ নিৰ্বাচন ৷

counting started for assembly elections in four states

আজি দেশৰ চাৰি ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা

আৰম্ভ হ'ল অন্ধ্ৰপ্ৰদেশ,অৰুণাচল প্ৰদেশ,ওড়িশা আৰু চিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা৷

নিউজ ডেস্ক, 23 মে' : লোকসভা নিৰ্বাচনৰ লগতে আজি দেশৰ চাৰি ৰাজ্যত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল৷ বৃহস্পতিবাৰে ঘোষণা হ'ব অন্ধ্ৰপ্ৰদেশ,অৰুণাচল প্ৰদেশ,ওড়িশা আৰু চিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল৷

পুৱা 8 বজাৰ লগে-লগে আৰম্ভ হৈছে চাৰিওখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া৷ অন্ধ্ৰপ্ৰদেশৰ 175 টা বিধাসভা সমষ্টিত 11 এপ্ৰিলত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন৷ অৰুণাচল প্ৰদেশৰ 60 টা বিধানসভা সমষ্টিত 11 এপ্ৰিলত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন৷ ওড়িশাৰ 146 টা বিধানসভা সমষ্টিত চাৰিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিধানসভাৰ নিৰ্বাচন৷ ঠিক একেদৰে চিকিমৰ 32 টা বিধানসভা সমষ্টিত 7 টা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিধানসভাৰ নিৰ্বাচন৷ 
320-214-3357379-11-3357379-1558578926649.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.