ETV Bharat / bharat

"RISAT-2B" উৎক্ষেপণঃ 'কাউণ্টডাউন' আৰম্ভ

author img

By

Published : May 21, 2019, 1:48 PM IST

PSLVয়ে এই উপগ্ৰহটো সতীশ ধৱন মহাকাশ কেন্দ্ৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰিব ৷

"RISAT-2B" উৎক্ষেপণৰ 'কাউণ্টডাউন' আৰম্ভ

নিউজ ডেস্ক , 21 মে' : কাইলৈ অৰ্থাৎ 22 মে'ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে নতুন উপগ্ৰহ "RISAT-2B" উৎক্ষেপণ কৰিব ৷ PSLVয়ে এই উপগ্ৰহটো সতীশ ধৱন মহাকাশ কেন্দ্ৰ, শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰিব ৷

জানিব পৰা মতে PSLV-ৰ এইটো 48 সংখ্যক পৰিকল্পনা ৷ 615 কিলোগ্ৰামৰ এই "RISAT-2B" উপগ্ৰহটো 37 ডিগ্ৰী চেলছিয়াচত 555 কিলোমিটাৰৰ এটি কক্ষপথত স্থাপন কৰা হ'ব ৷ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ প্ৰথম খন লন্স পেদৰ পৰা এই উপগ্ৰহটো মুকলি কৰা হ'ব ৷ উল্লেখ্য যে বিগত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত PSLV-C44'এ Microsat-R আৰু Kalamsat -V2 নামৰ দুটা উপগ্ৰহ আৰু GSAT-31 নামৰ এটা সংযোগ উপগ্ৰহ উৎক্ষেপণ কৰিছিল ৷

Countdown for launch of PSLV-C46 begins

"RISAT-2B" উৎক্ষেপণৰ 'কাউণ্টডাউন' আৰম্ভ

 PSLVয়ে এই উপগ্ৰহটো সতীশ ধৱন মহাকাশ কেন্দ্ৰ, শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰিব ৷ 

নিউজ ডেস্ক , 21 মে' : কাইলৈ অৰ্থাৎ 22 মে'ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে নতুন উপগ্ৰহ "RISAT-2B" উৎক্ষেপণ কৰিব ৷ PSLVয়ে এই উপগ্ৰহটো সতীশ ধৱন মহাকাশ কেন্দ্ৰ, শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰিব ৷ 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.