ETV Bharat / bharat

ন্যায়াধীশৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযাগ : হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে

author img

By

Published : Jul 27, 2019, 1:59 PM IST

ন্যায়াধীশ আৰ. কে. গৌতমৰ গোচৰত হস্তক্ষেপ নকৰে উচ্চতম ন্য়ায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যয়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত বিচাৰকৰ দলে এই কথা ঘোষণা কৰিছে ৷

ন্যায়াধীশৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযাগ : হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে

নেশ্বনেল ডেস্ক, 27 জুলাই : মুখ্য ন্যয়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ন্যায়াধীশ ৰাম কৃষ্ণ গৌতমৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ দলিল নস্যাৎ কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীয়ে মন্তব্য কৰে যে, এই বিষয়ত তেওঁলোকে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নিবিচাৰে ৷

উচ্চতম ন্যায়ালয়

উল্লেখ্য যে, ৰাম কৃষ্ণ গৌতম হৈছে এজন জিলা আৰু সত্ৰ ন্যায়াধীশ আৰু তেওঁ বিৰুদ্ধে বহুসংখ্যক অপৰাধৰ গোচৰ আছে ৷ ইয়াৰোপৰি, তেওঁৰ বিৰুদ্ধে বহু কেইজন দোষীক বিনা দণ্ডেৰে মোকলাই দিয়াৰো অভিযোগ উত্থাপন হৈছিল ৷ বহু কেইটা ৰায়ত নিজৰ প্ৰভাৱ বিস্তাৰ কৰি ন্যায়াধীশৰ ৰায় সলনি কৰাৰ প্ৰচেষ্টা চলোৱাৰো অভিযোগ আছে তেওঁৰ বিৰুদ্ধে ৷

Intro:The Supreme court today refused to hear a plea levelling charges of corruption against the Allahabad High Court Judgr Justice Ram Krishna Gautam. the bench led by the Chief Justice of India Ranjan Gogoi said that they are not inclined to interfere.

Body:Ramkrishna Gautam was a District and session judge and he was allegedly associated with crime syndicates and had handed down acquittal orders to various prominent accused after receiving illegal gratification. He was also alleged of interfering in the judgements and influencing the final judgement of subordinate judges.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.