মেঘালয় 23মাৰ্চ : দ্বাৰ্দশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বাতিল মেঘালয়ত ৷ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷ এই সপ্তাহৰ সোমবাৰৰ পৰা হ'বলগীয়া সকলো পৰীক্ষা বাতিল কৰিছে কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৷ ইপিনে হাইস্কুল শিক্ষান্ত পৰীক্ষা 2 মাৰ্চৰ পৰা অনুস্থিত হ'বলগীয়া আছে ৷ সৰ্বমুঠ 30,697 জন ছাত্ৰ ছাত্ৰী পৰীক্ষাত বহিব ৷ এই বিষয়ে সদৰি কৰে ৷ পৰীক্ষা নিযন্ত্ৰক টি আৰ লাঅই ৷ লগতে পঢক :সামাজিক দূৰত্বক অভ্যাস হিচাপে গ্ৰহণ কৰিব লাগেঃ হৰ্ষ বৰ্ধন
কৰ'ণাৰ প্ৰভাৱৰ বাৱে মেঘালয়ত বাতিল দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা - সৱমুঠ 30,697 জন ছাত্ৰ ছাত্ৰী পৰীক্ষাত বহিৱ
কৰ'ণাৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ মেঘালয় ৰাজ্য চৰকাৰে বাতিল কৰিলে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা ৷ সতৰ্কতামূলক ভাৱে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷